সোণাৰি: সোণাৰিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদী বাইক ৰেলী, ʼকাʼ কোনো কাৰণতে মানি লোৱা নহʼব বুলি হুংকাৰ আছুৰ
সোণাৰিত আছুৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বিৰোধী বাইক ৰেলী। সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত এই বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ। কাকতিবাৰীৰ পৰা সোণাৰিলৈ বিশাল সমদল আছু কৰ্মীৰ।নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰী আছুৰ।