Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
India
Congress
Modi
Delhi
Viral
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Crimenews
Bareilly
Bcci
Agra
Breaking
Aimim
No video available

সোণাৰি: চৰাইদেউ মাইবেলা কৃষি পাম গাওঁৰ লাচিত নগৰত ২ টাকৈ চাইকেল চোৰক আটক স্থানীয় ৰাইজৰ স্থানীয় ৰাইজে চোৰক উত্তম - মাধ্যম

Sonari, Charaideo | Mar 7, 2024
চৰাইদেউ মাইবেলা কৃষি পাম গাওঁৰ লাচিত নগৰত ২ টাকৈ চাইকেল চোৰক আটক স্থানীয় ৰাইজৰ। স্থানীয় ৰাইজে চোৰক উত্তম - মাধ্যম শোধাই আৰক্ষীক গটালে ৰাইজে। চৰাইদেউ জিলাৰ মাইবেলা কৃষিপাম গাওঁত নাফুক অঞ্চলৰ দুজন যুৱকে বিয়া খাৱলৈ আহি মাইবেলা কৃষিপাম গাওঁৰ লাচিত নগৰত এজন ব্যক্তিৰ ঘৰত প্ৰবেশ কৰি ১ খন চাইকেল চোৰ কৰি পলায়ন কৰে। চুৰ দুটা ক্ৰমে বাবলু মুণ্ডা শংকৰ মুণ্ডা ঘৰ নাফুক অঞ্চলত।

MORE NEWS