Public App Logo
Jansamasya
���ादसा
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
Jharkhand
Rajasthan
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
Crimenews
Nda
School
Cbi
Mathura
Fatehpur
Jodhpur

ঘগ্ৰাপাৰ ভাগ: বড়িদতৰাত ৰাজহুৱা সভা,প্ৰবীণ সাংবাদিক, বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইনক ৰাজহুৱা সম্বৰ্দ্ধনাৰ ব্যাপক আয়োজন

প্ৰবীণ সাংবাদিক, বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইনক জন্ম গাঁও বড়িদতৰাকে ধৰি নলবাৰী জিলাৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ তৰফৰ পৰা ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে আজি এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে ৷ তদুপৰি উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন অভিনন্দন গ্ৰন্থ "গণকন্ঠ" প্ৰকাশৰো প্ৰস্তুতি কৰিছে ৷ সভাত জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কৈলাস ডেকা উপস্থিত থাকে।