মৃত্যু কিমান নিষ্ঠুৰ হ'ব পাৰে?বিহালী বৰগাং অঞ্চলৰ জনপ্ৰিয় ব্যক্তি প্ৰনৱ চৌধুৰী (পিঙ্কু চৌধুৰী)ৰ কনিষ্ঠ পুত্ৰৰ অকাল বিয়োগ, অঞ্চলটোত শোকৰ ছাঁ।এক প্ৰতিভাবান যুৱক প্ৰণয় চৌধুৰীয়ে সকলোকে কন্দুৱাই বৈকুণ্ঠ প্ৰয়াণৰ ঘটে। সামান্য পেটৰ বিষৰ বাবেই এই মেধাবী ছাত্ৰৰ অকাল বিয়োগ ঘটে।
বিহালী দৰ্পণৰ ফালৰ পৰা প্ৰনয়ৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।✅✅✅#behalidarpan