বানপীড়িত ৰাইজৰ কাষত থিয় হ'বলৈ অহা ৭ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে আমি শ্ৰমদান কাৰ্যসূচী হাতত লৈছো। 🤝❤️
আপুনিও যদি এই মানবীয় অভিযানত অংশগ্ৰহণ কৰিব বিচাৰে, তেন্তে আমাৰ সৈতে যোগাযোগ কৰক।
📞 যোগাযোগ: ৯১০১৪৪১৯২৭
#highlightseveryone#viralreels #viralpost Rituraj Duwarah
Biswanath, Biswanath | Aug 3, 2026