Public App Logo
Profile Picture

বিহালী দৰ্পণ

@usr2452280
53Followers
0Following
Good morning have a nice day ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
বিহালীত সংঘটিত হ'ল এটা অভাৱনীয় দুৰ্ঘটনা, থিতাতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল দুজন তেজাল যুৱকৰ।✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে দুখন ঘৰৰ পৰিয়ালক কন্দুৱাই চিৰ দিনৰ বাবে গুচি গ'ল ৰূপম দাস আৰু গজেন্দ্ৰ মালা।✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
বিহালী কাছমাৰীৰ ৰাস্তাযৰ  কাষত এখন মটৰ চাইকেলৰ সৈতে দুজন যোৱকৰ মৃতদেহ উদ্ধাৰ ✅✅✅<nis:link nis:type=tag nis:id=#behalidarpan nis:value=#behalidarpan nis:enabled=true nis:link/>
Good morning have a nice day ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
শ্বহীদ বীৰ বিৰছা মুণ্ডা ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয় চেমিফাইনেল::ডি কে ফুটবল দল মণিপুৰ
ফাইনেলত প্ৰৱেশ,✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
বিশ্বনাথৰ ধুলিত বিধ্বংসী অগ্নিকাণ্ড ঃ লক্ষাধিক টকাৰ সম্পত্তি জ্বলি ধ্বংস ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
Good morning have a nice day ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
শ্বহীদ বীৰ বিৰচছা মুণ্ডা ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত জয়ী পঞ্চম অসম কমাণ্ডো বেটেলিঢয়ান দ'ল ,✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
স্মাৰ্ট মিটাৰ দুখীয়া পৰিয়ালৰ বাবে অভিশাপ,✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
শ্বহীদ বীৰ বীৰছা মুণ্ডা ফুটবল প্ৰতিযোগিতা আজি চতুৰ্থ আৰু অন্তিম খন  ছেমিফাইনেলত  ইউ কে বি ফুটবল দল ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
কচুৱা-কামপুৰ আৰক্ষীৰ বৃহৎ জালত 
চাৰিটা গভাইত চোৰ, বাহন সহ ৮২ টা চুৰি মবাইল উদ্ধাৰ ৷ 
আৰক্ষীয়ে উদ্ধাৰ কৰা সামগ্ৰীখিনিৰ বজাৰ মূল্য ৩৫ লক্ষাধিক টকা বুলি অনুমান কৰা হৈছে।✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
Good morning have a nice day ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
বিহালী বেদেতীত সুধাকণ্ঠৰ ড°ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী সামৰণি অনুষ্ঠান ✅✅✅<nis:link nis:type=tag nis:id=behslidarpan nis:value=behslidarpan nis:enabled=true nis:link/>
Good morning have a nice day ✅✅✅<nis:link nis:type=tag nis:id=behalidatpan nis:value=behalidatpan nis:enabled=true nis:link/>
সকলোকে সুবিধা গ্ৰহণ কৰিব পাৰে ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
বিহালী বেদেতীত সুধাকণ্ঠৰ ড°ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী সামৰণি অনুষ্ঠান,✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
বিহালী খেলমাটিত উলহ-মালহেৰে একাদশ বাৰ্ষিক কৰম উৎসৱ উদযাপন, বিধায়ক মুনীন্দ্ৰ দাসক সম্বৰ্ধনা, গীতৰ তালে তালে নৃত্য বিধায়কৰ*✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
মাহোৰটাউন ক্লাৱ ডিমাহাচাও আৰু পিউলি একাডেমী হাৰমতিৰ মাজত অনুষ্ঠিত আজিৰ খেলখনত ৩-২ গলৰ ব্যৱধানত পিউলি হাৰমতি দল বিজয়ী হয় ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
Good morning have a nice day ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
বিহালী চাহবাগিছাৰ বেদেতী খেল পথাৰত বীৰ বীৰছা মুণ্ডা ফুটবল খেল প্ৰতিযোগিতাত আজি কাজিৰঙা ফুট বল দল বিজয়ী✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
বিশ্বনাথ আৰক্ষীৰ অভিযানত ৯ জনকৈ অবৈধ বাংলাদেশী*আটক✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
Good morning have a nice day ✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
বিহালী চাহবাগিছাৰ বেদেতী খেল পথাৰত বীৰ বীৰছা মুণ্ডা ফুটবল খেল প্ৰতিযোগিতা আৰম্ভ 
ট্ৰাইবেকাৰত পঞ্চম অসম কামাণ্ডো বেটলিয়ান ফুটবল দ'ল বিজয়ী,✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>
বুৰৈ ঘাটত পথ দুৰ্ঘটনা::থিতাতে নিহত এজন:-বিহালী সমষ্টিৰ অন্তৰ্গত বূৰৈ ঘাটত  পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হৈছে।জানিব পৰা মতে গহপুৰৰ পৰা বিশ্বনাথ অভিমুখী এ এচ ৩২ ডি ৩৭৫০ নম্বৰৰ তীব্ৰবেগী  পালচাৰে বুৰৈ ঘাটত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মৰাত এই দুঘটনা সংঘটিত হয়।মৃত যুৱক জন মোনাবাৰীৰ ২২বছৰীয়া স্বৰূপ বিভাৰ বুলি জানিব পৰা গৈছে।✅✅✅<nis:link nis:type=tag nis:id=behalidarpan nis:value=behalidarpan nis:enabled=true nis:link/>