Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

বৰগাঙৰ পৰা ৮০ বছৰীয়া আমিনুল হক নিৰুদ্দেশ, পৰিয়াল উদ্বিগ্ন বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰগাঙ আৰক্ষী চকীৰ অন্তৰ্গত বৰগাঙ কলেজৰড অঞ্চলৰ পৰা যোৱা ২৯ জুলাইৰ পৰা ৮০ বছৰীয়া আমিনুল হক নামৰ এজন বৃদ্ধ ব্যক্তি নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ মতে আমিনুল হক অলপ মানসিক ৰোগী। সেইদিনা ঘৰ পৰা ওলাই যোৱাৰ পিছত তেওঁ এতিয়ালৈকে ঘৰলৈ উভতি অহা নাই। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বৰগাঙ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও আজিলৈকে আমিনুল হকৰ কোনো সন্ধান উলিয়াব পৰা নাই বুলি জানিব পৰা গৈছে। এতিয়া পৰিয়ালৰ লোকৰ লগতে অঞ্চলবাসীও উদ্বিগ্ন হৈ পৰিছে। কোনোবাই যদি তেওঁক ক’ৰবাত দেখা পায়, তেন্তে তৎক্ষণাত বৰগাঙ আৰক্ষী চকী অথবা 9365371488 8453984282 8472899167 নম্বৰত পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।✅✅✅#behalidarpan

Biswanath, Biswanath | Aug 2, 2026

MORE NEWS

বৰগাঙৰ পৰা ৮০ বছৰীয়া আমিনুল হক নিৰুদ্দেশ, পৰিয়াল উদ্বিগ্ন বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰগাঙ আৰক্ষী চকীৰ অন্তৰ্গত বৰগাঙ কলেজৰড অঞ্চলৰ পৰা যোৱা ২৯ জুলাইৰ পৰা ৮০ বছৰীয়া আমিনুল হক নামৰ এজন বৃদ্ধ ব্যক্তি নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ মতে আমিনুল হক অলপ মানসিক ৰোগী। সেইদিনা ঘৰ পৰা ওলাই যোৱাৰ পিছত তেওঁ এতিয়ালৈকে ঘৰলৈ উভতি অহা নাই। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বৰগাঙ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও আজিলৈকে আমিনুল হকৰ কোনো সন্ধান উলিয়াব পৰা নাই বুলি জানিব পৰা গৈছে। এতিয়া পৰিয়ালৰ লোকৰ লগতে অঞ্চলবাসীও উদ্বিগ্ন হৈ পৰিছে। কোনোবাই যদি তেওঁক ক’ৰবাত দেখা পায়, তেন্তে তৎক্ষণাত বৰগাঙ আৰক্ষী চকী অথবা 9365371488 8453984282 8472899167 নম্বৰত পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।✅✅✅#behalidarpan - Biswanath News