Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
usr2452280
মানুহে মানুহৰ বাবে": দ্বিতীয়বাৰ বাবে উজনি অসমৰ বানপীড়িতৰ কাষত ছাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যন* ✅✅✅#behalidarpan
Biswanath, Biswanath
| Aug 2, 2026
#behalidarpan
MORE NEWS
বিশিষ্ট সাংস্কৃতিক কৰ্মী কলাশ্ৰী বিনোদ খনালৰ ৬৪ সংখ্যক জন্মদিন উদযাপন*✅✅✅#behaludarpan
Biswanath, Biswanath | Aug 3, 2026
বানপীড়িত ৰাইজৰ কাষত থিয় হ'বলৈ অহা ৭ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে আমি শ্ৰমদান কাৰ্যসূচী হাতত লৈছো। 🤝❤️ আপুনিও যদি এই মানবীয় অভিযানত অংশগ্ৰহণ কৰিব বিচাৰে, তেন্তে আমাৰ সৈতে যোগাযোগ কৰক। 📞 যোগাযোগ: ৯১০১৪৪১৯২৭ #highlightseveryone#viralreels #viralpost Rituraj Duwarah
Biswanath, Biswanath | Aug 3, 2026
বৰগাঙৰ পৰা ৮০ বছৰীয়া আমিনুল হক নিৰুদ্দেশ, পৰিয়াল উদ্বিগ্ন বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰগাঙ আৰক্ষী চকীৰ অন্তৰ্গত বৰগাঙ কলেজৰড অঞ্চলৰ পৰা যোৱা ২৯ জুলাইৰ পৰা ৮০ বছৰীয়া আমিনুল হক নামৰ এজন বৃদ্ধ ব্যক্তি নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ মতে আমিনুল হক অলপ মানসিক ৰোগী। সেইদিনা ঘৰ পৰা ওলাই যোৱাৰ পিছত তেওঁ এতিয়ালৈকে ঘৰলৈ উভতি অহা নাই। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বৰগাঙ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও আজিলৈকে আমিনুল হকৰ কোনো সন্ধান উলিয়াব পৰা নাই বুলি জানিব পৰা গৈছে। এতিয়া পৰিয়ালৰ লোকৰ লগতে অঞ্চলবাসীও উদ্বিগ্ন হৈ পৰিছে। কোনোবাই যদি তেওঁক ক’ৰবাত দেখা পায়, তেন্তে তৎক্ষণাত বৰগাঙ আৰক্ষী চকী অথবা 9365371488 8453984282 8472899167 নম্বৰত পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।✅✅✅#behalidarpan
Biswanath, Biswanath | Aug 2, 2026
এখেত সকলৰ মহানুভৱতাক কোটি কোটি চেল্যুট জনাইছো।সমগ্ৰ অসমবাসী ৰাইজ আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰব। #highlighteveryone #viralreels #viralpost Rituraj Duwarah
Biswanath, Biswanath | Aug 2, 2026
মানুহে মানুহৰ বাবে": দ্বিতীয়বাৰ বাবে উজনি অসমৰ বানপীড়িতৰ কাষত ছাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যন* ✅✅✅#behalidarpan - Biswanath News