Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
मुख्यमंत्री
Congress
Modi
Delhi
Viral
मारपीट
Crime
Dm
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर

◾দুৰ্ঘটনা নহয়, ড্ৰাগছ বেপাৰীৰ পৰিকল্পিত হত্যাৰ বলি হ'ল আৰক্ষী বিষয়া নৱজিৎ দাস ◾আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ বিস্ফোৰক তথ্য ◾নিশা নাকা চেকিঙৰ সময়ত নৱজিৎ দাসক খুন্দা মৰা বাহনখনৰ মালিকক গ্ৰেপ্তাৰ ◾জুৰীয়াত ড্ৰাগছৰ বিশাল সাম্ৰাজ্য চলাই থকা চেলিমুদ্দিন ইছলামক এই ঘটনাৰ মাষ্টাৰমাইণ্ড বুলি সন্দেহ ◾চেলিমুদ্দিনৰ ভাতৃ মহিদুল ইছলাম, পিতৃ আব্দুল কুদ্দিচ ফৰাজী আৰু ২ সহযোগী মাফ্ফাজুল, ৰুকছানা খাতুনকো গেপ্তাৰ ◾ড্ৰাগছ সৰবৰাহ কৰাত বাধা প্ৰদান কৰাৰ বাবেই SI নৱজিত দাসক গাড়ীৰে খুন্দিয়াই হত্যা কৰা বুলি সন্দেহ আৰক্ষী তথা স্থানীয় লোকৰ ◾ডিমা হাচাওৰ লাইচং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল প্ৰয়াত নৱজিৎ দাস

Udalguri, Udalguri | Aug 16, 2026

MORE NEWS

ক্ষুদ্ৰ মুখাৰে বিশ্ব অভিলেখ গঢ়িলে ওদালগুৰিৰ কণজিৎ মেধিয়ে। Book of World Records-ত কণজিৎ মেধিৰ নাম। মাত্ৰ ১.৪ চেণ্টিমিটাৰৰ পৰম্পৰাগত মুখাৰে গেলাবিলৰ পৰা বিশ্বলৈ গৌৰৱ কঢ়িয়ালে ১৭ বছৰীয়া কণজিৎ মেধিয়ে।

ওদালগুৰিৰ যুৱক-আৰক্ষী বিষয়া নৱজিৎ দাসৰ মৃত্যুৰ তদন্তৰ দাবী ওদালগুৰিৰ ৰাইজৰ। সমগ্ৰ ঘটনাটোকলৈ সন্দেহৰ সৃষ্টি। ঘটনাত ড্ৰাগছ ব্যৱসায়ী জড়িত থকাৰ সন্দেহ।

ওদালগুৰিৰ যুৱক-আৰক্ষী বিষয়া নৱজিৎ দাসৰ মৃত্যুৰ তদন্তৰ দাবী ওদালগুৰিৰ ৰাইজৰ। সমগ্ৰ ঘটনাটোকলৈ সন্দেহৰ সৃষ্টি। ঘটনাত ড্ৰাগছ ব্যৱসায়ী জড়িত থকাৰ সন্দেহ।

Udalguri, Udalguri | Aug 16, 2026

উজনি অসমৰ বানবিধ্বস্ত গাঁৱত ২০০ জনীয়া এবছুৰ দল। ঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বানত বিধ্বস্ত ঘৰসমূহ পুনৰ বাসোপযোগী হোৱাকৈ চাফ-চিকুণ কৰাৰ কামত ব্যস্ত এবছুৰ কৰ্মীসকল। ওদালগুৰিৰ লগতে সমগ্ৰ অসমৰ পৰা শিৱসাগৰলৈ গৈ বানপীড়িতৰ কাষত ঠিয় দিছে এবছুৰ কৰ্মী সকল।

All Bodo Students Union - ABSU
#ABSU

উজনি অসমৰ বানবিধ্বস্ত গাঁৱত ২০০ জনীয়া এবছুৰ দল। ঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বানত বিধ্বস্ত ঘৰসমূহ পুনৰ বাসোপযোগী হোৱাকৈ চাফ-চিকুণ কৰাৰ কামত ব্যস্ত এবছুৰ কৰ্মীসকল। ওদালগুৰিৰ লগতে সমগ্ৰ অসমৰ পৰা শিৱসাগৰলৈ গৈ বানপীড়িতৰ কাষত ঠিয় দিছে এবছুৰ কৰ্মী সকল। All Bodo Students Union - ABSU #ABSU

Udalguri, Udalguri | Aug 16, 2026

আৰক্ষী বিষয়া নৱজিৎ দাসৰ মৃ*ত্যুৰ ঘটনাৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে ন্যায়িক তদন্তৰ দাবী  পৰিয়াল আৰু ৰাইজৰ। কৰ্তব্যৰত অৱস্থাত বাহনৰ খুন্দাত মৃ*ত্যু হোৱা আৰক্ষী বিষয়া নৱজিৎ দাসৰ নশ্বৰ*দেহ আজি ওদালগুৰিৰ বাসগৃহত আহি পোৱাৰ পিছতে শোকত ভাগি পৰে সকলো। ঘটনাৰ ন্যায়িক তদন্তৰ জৰিয়তে প্ৰকৃত সত্য পোহৰলৈ অনাৰ দাবী পৰিয়াল আৰু ৰাইজৰ ।

Udalguri, Udalguri | Aug 15, 2026

বাবু ইমান সোনকালে মোক এৰি কিয় গলা? মই কি ভুল কৰিলোঁ। কৰ্তব্যত গৈ  ঘৰলৈ নশ্বৰ*দেহ হৈ উভতি অহা আৰক্ষী বিষয়া নৱজিৎ দাসক সাৱতি আত্মীয়ৰ হিয়া ভঙা কান্দোন। ওদালগুৰিৰ যুৱক - আৰক্ষী বিষয়া নৱজিৎ দাসৰ নশ্বৰ*দেহ আজি বাসগৃহত উপস্থিত হোৱাৰ পিছতে কান্দো*নত ভাগি পৰিল মাতৃ, পত্নী, আত্মীয়-স্বজন। পিতৃহাৰা হ’ল তিনি বছৰীয়া কণমানিটি। কৰ্তব্যৰত অৱস্থাত বাহনৰ খুন্দাত কৰু*ণ মৃ*ত্যু হৈছিল আৰক্ষী বিষয়াজনৰ।

◾দুৰ্ঘটনা নহয়, ড্ৰাগছ বেপাৰীৰ পৰিকল্পিত হত্যাৰ বলি হ'ল আৰক্ষী বিষয়া নৱজিৎ দাস ◾আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ বিস্ফোৰক তথ্য ◾নিশা নাকা চেকিঙৰ সময়ত নৱজিৎ দাসক খুন্দা মৰা বাহনখনৰ মালিকক গ্ৰেপ্তাৰ ◾জুৰীয়াত ড্ৰাগছৰ বিশাল সাম্ৰাজ্য চলাই থকা চেলিমুদ্দিন ইছলামক এই ঘটনাৰ মাষ্টাৰমাইণ্ড বুলি সন্দেহ ◾চেলিমুদ্দিনৰ ভাতৃ মহিদুল ইছলাম, পিতৃ আব্দুল কুদ্দিচ ফৰাজী আৰু ২ সহযোগী মাফ্ফাজুল, ৰুকছানা খাতুনকো গেপ্তাৰ ◾ড্ৰাগছ সৰবৰাহ কৰাত বাধা প্ৰদান কৰাৰ বাবেই SI নৱজিত দাসক গাড়ীৰে খুন্দিয়াই হত্যা কৰা বুলি সন্দেহ আৰক্ষী তথা স্থানীয় লোকৰ ◾ডিমা হাচাওৰ লাইচং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল প্ৰয়াত নৱজিৎ দাস - Udalguri News