ওদালগুৰিবাসীৰ বাবে এক সুখবৰ। ওদালগুৰিত মুকলি হ’ল অত্যাধুনিক লাইটিং আৰু Home ডেক’ৰৰ প্ৰতিষ্ঠান। "Lumora Lights & Decorত পাব এতিয়া আকৰ্ষণীয় লাইট কম মূল্যতে উপলব্ধ হ’ব আকৰ্ষণীয় এল ই ডি লাইট আৰু ঘৰ সজোৱাৰ উন্নত মানৰ ইলেক্ট্ৰনিক সামগ্ৰী।
#Udalguri #Lighting
Udalguri, Udalguri | Nov 13, 2026