শিৱসাগৰ জিলা ন্যায়িক আদালতৰ চৌহদত ১২ চেপ্তেম্বৰত অনুষ্ঠিত হব ৰাষ্ট্ৰীয় লোক আদালত
ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰৰ তত্বাৱধানত শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ইং ১২ চেপ্তেম্বৰ ২০২৬ তাৰিখ শনিবাৰে শিৱসাগৰ জিলা ন্যায়িক আদালত চৌহদত ৩য় ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হʼব । উক্ত লোক আদালতত মীমাংসা যোগ্য গোচৰ সমূহ নিষ্পত্তি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই সেৱা গ্ৰহণ কৰিবৰ বাবে ৰাইজক জিলা আইন সেৱা প্ৰাধিকাৰী, শিৱসাগৰে অনুৰোধ জনাইছে ।
#highlight
#everyonefollowers
#DLSASivasagar
#nonfollowersviewers