⚽ SPAIN WIN FIFA WORLD CUP 2026
⚽ স্পেইনৰ দখলত ফিফা বিশ্ব কাপ ২০২৬
⚽ আৰ্জেণ্টিনাক ১-০ গ'লত পৰাস্ত কৰি দ্বিতীয় বাৰৰ বাবে ফিফা বিশ্ব কাপ জয় স্পেইনৰ
⚽ অতিৰিক্ত সময়ত (১০৬ মিনিটত) স্পেইনৰ হৈ একমাত্ৰ গ'ল দিয়ে Ferran Torres এ
⚽ ২০১০ চনত দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে বিশ্ব কাপ জয় কৰিছিল স্পেইনে
#FIFAWorldCup #FIFAWorldCup2026 #Spain #Argentina #Champions