নিশা পূজা চাবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ দুই কন্যা সন্তান সহ পিতৃৰ মৃত্যু। গহপুৰৰ পূৰুপবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ খুন্দাত নিহত হয় দুই কন্যা সন্তান সহ বাইক আৰোহী পিতৃৰ।
#public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7 #biswnath #crime #Gohpur #police