Public App Logo
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনলৈ পত্ৰ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ। JPSC-JSSC পৰীক্ষাৰ অনিয়মক লৈ ৰাঁচীত চলি থকা ছাত্ৰ সমাজৰ প্ৰতিবাদ সম্পৰ্কত পত্ৰ ৰাহুল গান্ধীৰ। মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক প্ৰতিবাদী ছাত্ৰ সমাজক সাক্ষাৎ কৰিবলৈ আহ্বান ৰাহুল গান্ধীৰ। - Assam News