*পৰশুৰামৰ তীৰ্থযাত্ৰা চন্দ্ৰমালা উপাখ্যান*
*শিৱসাগৰৰ মেটেকা মাজ গাঁৱৰ ব্ৰক্ষ্ম সমাজ নামঘৰত পুৰণি পদ্ধতিৰে ভাওনা প্ৰদৰ্শন হ'ব আগন্তুক ১৪ নৱেম্বৰ শনিবাৰে।*
*আধুনিকতাৰ কৰাল গ্ৰাসত ক্ৰমে হেৰাই যাবলৈ ধৰা তাহানিৰ ভাওনা সংস্কৃতি পুনৰ ঘূৰাই অনাৰ প্ৰয়াস মেটেকা মাজ গাঁৱৰ ৰাইজৰ*
*ভাওনাৰ বৰ আখৰাৰ কিয়দাংশ আগবঢ়ালো আপোনালোকৰ বাবে*
#highlight
#follower
#nonfollowers
#everyonefollowers
Sibsagar, Sivasagar | Nov 13, 2026