ওদালগুৰিৰ যুৱক- আৰক্ষী বিষয় নৱজিৎ দাসৰ ৰহস্যজনক মৃত্যু। কৰ্তব্যৰত অৱস্থাত KIA বাহনৰ খুন্দাত নিহত আৰক্ষী বিষয়াজন। ডিমা হাছাওৰ লাইচাং আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিত দাসৰ কৰুণ মৃত্যু।শুকুৰবাৰে সন্ধিয়া কৰ্তব্যৰত অৱস্থাত এখন KIA বাহনে খুন্দা মাৰে দাসক।গুৰুতৰভাৱে আহত নবজিত দাসক ততাতৈয়াকৈ হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ।চিকিৎসালয়তে আৰক্ষী বিষয়া দাসক মৃত ঘোষণা চিকিৎসকৰ। দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন বাহনখনৰ চালকৰ।