Public App Logo
গৌৰীপুৰত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এক গোপন তথ্যৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে ৰোৱা তৃতীয় খণ্ড গাঁৱৰ জামালুদ্দিনৰ বাসগৃহত চলায় অভিযান। অভিযানৰ সময়ত টকাৰ বিনিময়ত তাচ খেলি জুৱা খেলি থকা অৱস্থাত ৭জন লোকক হাতে-লোটে আটক কৰে আৰক্ষীয়ে। - Bilasipara Part News