Public App Logo
ফকিৰগঞ্জ থানাৰ অন্তৰ্গত ফলিমাৰিত ভয়ংকৰ ডকাইটি কাণ্ড। পুৱতি নিশা আনুমানিক ৫ বজাত মৰাপাট বেপাৰীক ৪ জনীয়া ডকাইটৰ এটা দলে আগভেটি ধৰি টকাৰ বেগ কাঢ়ি লবলৈ লয় আৰু মাৰপিট কৰে। - Bilasipara Part News