Latest News in Morangi (Local videos)
মৰঙী: ফলঙনি কৰতিপাৰত মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ দেওৰেকৰ, অভিযুক্তক আটক বগীজান আৰক্ষীৰ
Morangi, Golaghat | Jun 12, 2025
ud.news
Follow
Share
Next Videos
মৰঙী: মজুৰি বৃদ্ধি আদি বিভিন্ন সমস্যা সমাধানৰ দাবীত মৰঙিৰ বিজিকে চাহ বাগিচাত ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত শ্ৰমিকৰ প্ৰতিবাদ
ud.news
Morangi, Golaghat | Jun 10, 2025
মৰঙী: জিলা কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত ৰঙাজানত পৰিবহন নিয়মৰ অৱমাননা কৰা বাহনৰ বিৰুদ্ধে তীব্ৰ অভিযান
malobikabora1991
Morangi, Golaghat | Jun 9, 2025
মৰঙী: ফলঙনিত নামঘৰত চুৰিকাণ্ড সংঘটিত কৰা এটা চোৰক খেদি খেদি ৰাইজে উত্তম-মধ্যম শোধাই চমজাই দিলে আৰক্ষীক
malobikabora1991
Morangi, Golaghat | Jun 9, 2025
মৰঙী: ৰঙাজানৰ লগতে বিভিন্ন স্থানত পৰিবহন নিয়মৰ অৱমাননা কৰা প্ৰায় ২৫ খনৰো অধিক বাহন জব্দ জিলা পৰিবহন বিভাগৰ
malobikabora1991
Morangi, Golaghat | Jun 8, 2025
মৰঙী: ভাৰতীয় চাহ মজদুৰ সংঘৰ মৰঙি চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰাপ্য মজুৰি প্ৰদানৰ দাবীত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ সাব্যস্ত
malobikabora1991
Morangi, Golaghat | Jun 7, 2025
মৰঙী: সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত কাকডোঙাত অংগনৱাড়ী কৰ্মীক মোবাইল ফোন প্ৰদান সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ
malobikabora1991
Morangi, Golaghat | Jun 5, 2025
মৰঙী: শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত উদয়ন চাহ বাগিচাত" চাহ মজদুৰ সংঘৰ উদ্যোগত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ সাব্যস্ত
malobikabora1991
Morangi, Golaghat | Jun 5, 2025
মৰঙী: ২নং দৈগ্ৰোং চাহ বাগিচাৰ ১১নং লাইনত বন্যহস্তীয়ে ভাঙি তচনচ কৰিলে এগৰাকী বৃদ্ধাৰ বাসগৃহ, কথমপি প্ৰাণৰক্ষা বৃদ্ধাগৰাকীৰ
ud.news
Morangi, Golaghat | May 27, 2025
মৰঙী: ৰঙাজান ঢুলীয়াগাঁৱৰ কুমাৰপট্টিত উত্তপ্ত পৰিস্থিতি, ড্ৰাগছ ক্ৰয় কৰিবলৈ আহি ৰাইজৰ ৰোষত দুই যুৱক, ঘটনাস্থলীত উপস্থিত আৰক্ষী
ud.news
Morangi, Golaghat | May 23, 2025
মৰঙী: অসম চৰকাৰৰ কেবিনেটত কিয় ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ সম্পৰ্কত আলোচনা নহয়, দৈগ্ৰোঙত প্ৰশ্ন ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সভাপতিৰ
ud.news
Morangi, Golaghat | May 22, 2025
মৰঙী: তিনিজন বন বিভাগৰ লোক আহত হৈছে,বাঘ তো হত্যা কৰা হৈছে,উক্ত সন্দৰ্ভত গোচৰ ৰুজু হব বুলি শালমৰাত বন বিষয়াৰ মন্তব্য
malobikabora1991
Morangi, Golaghat | May 22, 2025
মৰঙী: ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ, কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ, ৰঙাজানত ক্ষোভ ৰাইজৰ
#jansamasya
ud.news
Morangi, Golaghat | May 21, 2025
মৰঙী: মৰঙিৰ নুমলীগড় চাহ বাগিচাৰ বৰলাইনত বন্যহস্তীৰ উপদ্ৰৱ, ভাঙি তচনচ কৰিলে কেইবাটাও বাসগৃহ, কথমপি প্ৰাণৰক্ষা এটা পৰিয়ালৰ
ud.news
Morangi, Golaghat | May 19, 2025
মৰঙী: নুমলীগড়ত কানাইঘাট দলঙৰ তলত মৃতদেহ উদ্ধাৰ, ড্ৰাগছৰ অভাৰ ড'জৰ ফলত মৃত্যু হোৱাৰ সন্দেহ
ud.news
Morangi, Golaghat | May 17, 2025
মৰঙী: পোৰাবঙলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰাক্তন সৈনিকক লগত লৈ বিজেপিৰ ত্ৰিৰংগা যাত্ৰা বাহিৰ
ud.news
Morangi, Golaghat | May 15, 2025
মৰঙী: দুষ্প্ৰাপ্য এটা লাজুকি বান্দৰ নুমলীগড় দেওপাহাৰত মুকলি বন বিভাগৰ
ud.news
Morangi, Golaghat | May 12, 2025
মৰঙী: উচিত শিক্ষা পাব পাকিস্তানে,শ'লমাৰিত বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মন্তব্য বিধায়ক মৃণাল শইকীয়াৰ
#OperationSindoor
ud.news
Morangi, Golaghat | May 9, 2025
মৰঙী: মুখ্যমন্ত্ৰীৰ বিহু সমিতিক লৈ কৰা আহ্বানৰ পিচতেই মইনা পাৰত অনুষ্ঠিত হব লগীয়া বিহুৰ সংস্কৃতিক অনুষ্ঠান বাতিলৰ ঘোষণা
malobikabora1991
Morangi, Golaghat | May 9, 2025
মৰঙী: দেশ বাচিলেহে আমি বাচিম, মৰঙিত ভাৰতীয় সেনা-প্ৰধানমন্ত্ৰীৰ সুমংগল কামনাৰে বন্তি প্ৰজ্বলনেৰে মৰঙি চাহ বাগিচাবাসীৰ প্ৰাৰ্থনা
ud.news
Morangi, Golaghat | May 8, 2025
মৰঙী: কানাইঘাটৰ কালিয়নী নদীত চলা অবাধ অবৈধ খননৰ বিৰুদ্ধে প্ৰতিবাদত নামিল কানাইঘাটবাসী, বন বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী
ud.news
Morangi, Golaghat | May 8, 2025
মৰঙী: বকিয়ালৰ জেকচনত নিশা বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু, ২৪ ঘণ্টাৰ ভিতৰতে মৰঙিত মৌজাত বন্যহস্তীৰ আক্ৰমণত দুজন নিহত
ud.news
Morangi, Golaghat | May 4, 2025
মৰঙী: পোৰাবাংলাত উত্তপ্ত পৰিস্থিতি, বন বিভাগৰ বিৰুদ্ধে আটছাৰ নেতৃত্বত ৰাজপথলৈ ওলাই আহিল ৰাইজ, প্ৰতিবাদস্থলীত উপস্থিত আৰক্ষী
ud.news
Morangi, Golaghat | May 3, 2025
মৰঙী: মৰঙি চাহ বাগিচা ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি, ঘটনাস্থলীত মৰঙি ৰাজহচক্ৰ বিষয়া, আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে
ud.news
Morangi, Golaghat | May 2, 2025
মৰঙী: পাতকটিয়া গাঁৱত ভোট দিবলৈ আহি ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এগৰাকী মহিলাৰ, দুজন বাইক আৰোহী যুৱকক আটক আৰক্ষীৰ
malobikabora1991
Morangi, Golaghat | May 2, 2025
Load More
Contact Us
Your browser does not support JavaScript!