Latest News in Dergaon (Local videos)
দেৰগাঁও: 'বটল দলিওৱাজনৰ বিৰুদ্ধে যি ব্যৱস্থা, বিধায়কৰ বাহন ভঙাজনৰ বিৰুদ্ধে একে ব্যৱস্থা হ’ব লাগিব', দেৰগাঁৱত সাংসদ গৌৰৱ গগৈৰ মত
Dergaon, Golaghat | Jul 3, 2025
ud.news
Follow
Share
Next Videos
দেৰগাঁও: দেৰগাঁৱত চাঞ্চল্যকৰ ডকাইতি কাণ্ড, গ'ল্ড হাউচ জুয়েলাৰীৰ মালিকক আক্ৰমণ কৰি কাঢ়ি নিলে নগদ ধনসহ ৩ লক্ষাধিক মূল্যৰ আ-অলংকাৰ
ud.news
Dergaon, Golaghat | Jul 3, 2025
দেৰগাঁও: দেৰগাঁও জৰাগুৰিত চাঞ্চল্যকৰ ঘটনা, দাৰে ঘপিয়াই এজনক হত্যাৰ চেষ্টা, থানাত এজাহাৰ দাখিল
ud.news
Dergaon, Golaghat | Jul 2, 2025
দেৰগাঁও: গৌৰৱ গগৈ গʼ বেক ধ্বনি, দেৰগাঁৱত মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপিৰ,সমজিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও
ud.news
Dergaon, Golaghat | Jul 1, 2025
দেৰগাঁও: পুনৰ বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তপ্ত হৈ পৰে দেৰগাঁৱৰ ৰঙামাটিৰ টোলগেটস্থলী, প্ৰতিবাদ দল-সংগঠনৰ
ud.news
Dergaon, Golaghat | Jun 28, 2025
দেৰগাঁও: প্ৰতিবাদেৰে নহ'লে আইনী প্ৰক্ৰিয়াৰে হ'লেও বন্ধ হ'ব লাগিব ৰঙামাটিৰ টোলগেট, দেৰগাঁৱত হুংকাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
malobikabora1991
Dergaon, Golaghat | Jun 27, 2025
দেৰগাঁও: হিন্দু-মুছলমান সন্দৰ্ভত কৰা মন্তব্য দুৰ্ভাগ্যজনক,অখিল গগৈৰ মন্তব্যক লৈ দানিচাপৰিত সোচ্চাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা
ud.news
Dergaon, Golaghat | Jun 25, 2025
দেৰগাঁও: দেৰগাঁৱৰ দলিজলীয়া গাঁৱত গেলাবীল নদীৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে এক সহস্ৰাধিক ৰাইজলৈ
#jansamasya
malobikabora1991
Dergaon, Golaghat | Jun 24, 2025
দেৰগাঁও: লেমচাপৰি শলাবোৱা নামঘৰত চোৰে চুৰি কৰি নিলে এক লক্ষাধিক টকাৰ সামগ্ৰী, ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল
malobikabora1991
Dergaon, Golaghat | Jun 23, 2025
দেৰগাঁও: দেৰগাঁৱৰ নেঘেৰিটিং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত তিনিজনক চিকিৎসালয়লৈ প্ৰেৰণ
ud.news
Dergaon, Golaghat | Jun 23, 2025
দেৰগাঁও: দেৰগাঁৱত টোলগেটক লৈ প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে দল সংগঠনৰ,টোল গেট স্থাপন কৰাৰ সিধান্ত বাতিল বাতিলৰ হুংকাৰ
malobikabora1991
Dergaon, Golaghat | Jun 21, 2025
দেৰগাঁও: দেৰগাঁৱৰ লাহতি চাৰিআলি-নাৰিকলগুৰি সংযোগী নিৰ্মাণৰত পথৰ দুৰৱস্থা, পথটো সম্পূৰ্ণ নোহোৱাত ক্ষোভ ৰাইজৰ
#jansamasya
ud.news
Dergaon, Golaghat | Jun 19, 2025
দেৰগাঁও: দেৰগাঁৱৰ চৰকাৰী চিকিৎসালয়ত আঘাটপ্ৰাপ্ত লোকক চিলোৱাৰ নামত স্বাস্থ্য কৰ্মীয়ে ল'লে চাৰিশ টকা বুলি অভিযোগ ভুক্তভোগীৰ
malobikabora1991
Dergaon, Golaghat | Jun 17, 2025
দেৰগাঁও: পুৰণি মাতি ভকত গাঁৱত উচ্চ ক্ষমতা সম্পন্ন ট্ৰেন্সফৰ্মাৰৰ অভাৱত দুৰ্ভোগ ভুগিছে দুখন গাঁৱৰ শতাধিক ৰাইজে
#jansamasya
malobikabora1991
Dergaon, Golaghat | Jun 16, 2025
দেৰগাঁও: মুষলধাৰ বৰষুণৰ ফলত দেৰগাঁও লাহতি চাৰিআলিত ৰাজপথত চাৰিওফালে পানী, পথ বন্ধ
malobikabora1991
Dergaon, Golaghat | Jun 16, 2025
দেৰগাঁও: নেঘেৰীটিঙৰ ২৮ বছৰীয়া এগৰাকী যুৱতী নিৰুদ্দেশ সন্দৰ্ভত দেৰগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ
malobikabora1991
Dergaon, Golaghat | Jun 15, 2025
দেৰগাঁও: দেৰগাঁৱত ব্ৰহ্মপুত্ৰ নদীত পৰি সলিল সমাধি ১৮ বছৰীয়া কিশোৰ,নদীৰ পৰা ইতিমধ্যে উদ্ধাৰ মৃতদেহ
malobikabora1991
Dergaon, Golaghat | Jun 14, 2025
দেৰগাঁও: দেৰগাঁৱত বনকৰা মহিলাৰ আত্মহত্যাৰ ঘটনা, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
ud.news
Dergaon, Golaghat | Jun 14, 2025
দেৰগাঁও: দেৰগাঁৱ চুপাৰ মাৰ্কেটৰ সমীপত ধুমুহাৰ ফলত প্ৰকাণ্ড গছ বাগৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ,ব্যাহত যান বাহন
malobikabora1991
Dergaon, Golaghat | Jun 14, 2025
দেৰগাঁও: মিচামৰাৰ লগতে বিভিন্ন স্থানত আবকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা তালাচী অভিযানত পোন্ধৰশ লিটাৰতকৈ অধিক সুৰা জব্দ
malobikabora1991
Dergaon, Golaghat | Jun 10, 2025
দেৰগাঁও: দেৰগাঁৱৰ শান্তিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ দুৰ্ঘটনাত পতিত স্কুটী আৰোহীক
ud.news
Dergaon, Golaghat | Jun 10, 2025
দেৰগাঁও: দেৰগাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত ২৫টা পৰিয়ালৰ শতাধিক লোক, জাহ গৈছে কৃষিভূমি
#jansamasya
malobikabora1991
Dergaon, Golaghat | Jun 8, 2025
দেৰগাঁও: দেৰগাঁৱত ঈদগাহত একগোট হৈ ঈদৰ নামাজ সম্পন্ন কৰে পাঁচ শতাধিক লোকে
malobikabora1991
Dergaon, Golaghat | Jun 7, 2025
দেৰগাঁও: বিষ্ণুদেৱ আউনিআটী উচ্চ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ শুভাৰম্ভণিত অংশগ্ৰহণ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ
malobikabora1991
Dergaon, Golaghat | Jun 6, 2025
দেৰগাঁও: দেৰগাঁৱত বানপানীৰ ফলত ছিগা মথাউৰিৰ খবৰ ল'বলৈ উপস্থিত সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাইজক আতংকিত নহ'বলৈ আহ্বান সাংসদগৰাকীৰ
malobikabora1991
Dergaon, Golaghat | Jun 4, 2025
Load More
Contact Us
Your browser does not support JavaScript!