Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

News in Mahur

শিক্ষাৰ দায়িত্ব এৰি নদী বান্ধৰ বিশেষজ্ঞৰ ৰূপত শিক্ষামন্ত্ৰী ৰণোজ পেগু! বৃহৎ নদী বান্ধৰ প্ৰচাৰত ব্যস্ত মন্ত্ৰী ৰণোজ পেগু। বৃহৎ নদীবান্ধ বিৰোধিতা কৰা ৰণোজ পেগু আজি  নদীবান্ধৰ পক্ষত। নিজৰ অতীতৰ লগতে নিজৰ বৰ্তমানৰ দায়িত্বও পাহৰিলে নেকি ৰণোজ পেগুৱে ?

Assam, India | Aug 3, 2026

মাফিয়াৰে মন্ত্ৰী-বিধায়কৰ 'হলি-গলি'ৰ ভয়ংকৰ পৰিণতি। উজনিৰ মহাপ্ৰলয় প্ৰাকৃতিকেই নহয়- মানৱসৃষ্টও। কয়লা আৰু শিল মাফিয়াই সংহাৰ সৃষ্টি কৰিলে উজনিত। উজনিৰ কয়লা আৰু শিল মাফিয়াৰ বিৰুদ্ধে নিশ্চুপ কিয় মুখ্যমন্ত্ৰী? মহাপ্ৰলয়ৰ চিবিআই তদন্তৰ দাবী তুলি বিস্ফোৰক অভিযোগ কৃষক মুক্তিৰ।

বিজেপি চৰকাৰ বনাম অখিল গগৈ। মুখ্যমন্ত্ৰীৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে নেকি বিধায়ক অখিল গগৈ? অসমৰ ৰাজনীতিত 'সিংহ' কোন আৰু 'শিয়াল' কোন?