Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

News in Dotoma

গেছ গ্ৰাহকসকলৰ বাবে জৰুৰী ঘোষণা, ১৬ আগষ্টৰ পূৰ্বেই কৰক KYC ।
KYC নকৰিলে ভৱিষ্যতে ঘৰুৱা মূল্যত গেছ চিলিণ্ডাৰ নাপাব গ্ৰাহকে। ভৰিব লাগিব বাণিজ্যিক মূল্য! বিশ্বনাথ গেছ ডিষ্ট্ৰিব্যুটৰৰ স্বত্বাধিকাৰী পংকজ বৰাৰ জৰুৰী আহ্বান।

গেছ গ্ৰাহকসকলৰ বাবে জৰুৰী ঘোষণা, ১৬ আগষ্টৰ পূৰ্বেই কৰক KYC । KYC নকৰিলে ভৱিষ্যতে ঘৰুৱা মূল্যত গেছ চিলিণ্ডাৰ নাপাব গ্ৰাহকে। ভৰিব লাগিব বাণিজ্যিক মূল্য! বিশ্বনাথ গেছ ডিষ্ট্ৰিব্যুটৰৰ স্বত্বাধিকাৰী পংকজ বৰাৰ জৰুৰী আহ্বান।

Assam, India | Aug 3, 2026

চিৰাঙৰ বিজনীত ১২ ঘণ্টীয়া বন্ধৰ আহ্বান । UPPL ৰ উপ-সভাপতি তথা বিজনী ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক জীৱানন্দ বসমুতাৰী (ৰাজু) হ/ত্যাকা/ণ্ডৰ উচিত ন্যায়ৰ দাবীত অহা ৪ আগষ্ট, মঙলবাৰে বিজনী ক্ৰীড়া সন্থা আৰু বিভিন্ন ছাত্ৰ সংগঠনৰ উদ্যোগত ১২ ঘণ্টীয়া বিজনী মহকুমা বন্ধৰ আহ্বান জনোৱা হৈছে।

বানাক্ৰান্তৰ বাবে ৫৩২৭ ফেৰা কঠিয়া, ১০০ ৰোৱনী, ১০০ যুৱ কৰ্মীক লগত লৈ শিৱসাগৰলৈ ৰাওনা লুৰীণজ্যোতি গগৈৰ।
চৰকাৰে বানাক্ৰান্তক যি দিম বুলি কৈছে সেইটো দিয়ক, বান সাহাৰ্যৰ বিতৰণৰ নামতো দুৰ্নীতি লজ্জাজনকঃ লুৰীণজ্যোতি গগৈ

বানাক্ৰান্তৰ বাবে ৫৩২৭ ফেৰা কঠিয়া, ১০০ ৰোৱনী, ১০০ যুৱ কৰ্মীক লগত লৈ শিৱসাগৰলৈ ৰাওনা লুৰীণজ্যোতি গগৈৰ। চৰকাৰে বানাক্ৰান্তক যি দিম বুলি কৈছে সেইটো দিয়ক, বান সাহাৰ্যৰ বিতৰণৰ নামতো দুৰ্নীতি লজ্জাজনকঃ লুৰীণজ্যোতি গগৈ

Assam, India | Aug 3, 2026