Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Capacitybuilding
Educationforall
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Bipinrawat
Cds
No video available

মাহমৰা: মাহমৰাৰ ডবা তিনিআলি ৰাজহুৱা প্ৰেক্ষাগৃহত টাই মলুঙৰ আৰ্শীবাদ লৈ নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ তপন কুমাৰ গগৈয়ে

Mahmora, Charaideo | Apr 2, 2024
ডবা তিনিআলি ৰাজহুৱা প্ৰেক্ষাগৃহত বিজেপি দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় ৷ সভাত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা সাংসদ তপন কুমাৰ গগৈয়ে টাই মলুং সকলৰ আৰ্শীবাদ লৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ সভাত কেবিনেট মন্ত্ৰী যোগেন মহন,জিলা বিজেপিৰ উপসভাপতি ৰ'জ কমল মহন, অগপৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি নাৰায়ণ লাহন, মাহমৰা সমষ্টি সমিতিৰ সভাপতি পূৰ্ণানন্দ চুতীয়া আদি উপস্থিত থাকে ৷

MORE NEWS