Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Capacitybuilding
Educationforall
Worldwaterday
Chaitranavratri
Railsafety
���ंतर्राष्ट्रीय_वन_दिवस
No video available

মাহমৰা: কোৰোকানি দেউৰী গাঁৱত বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে দেউৰী স্বা: শা: পৰিষদৰ মুখ্য কাৰ্যবাহী

Mahmora, Charaideo | Mar 31, 2024
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত কোৰেকানি দেউৰী গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত গড় চাৰিআলি সংগীত বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত ১০ দিনীয়া বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ আজি বিয়লি সামৰণি পৰে ৷ অন্তিম দিনাৰ এই সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দেউৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ভৈৰৱ দেউৰী ৷ উল্লেখ্য এই কৰ্মশালাত অংশগ্ৰহন কৰা প্ৰশিক্ষাৰ্থীসকলক বিহুনৃত্য আৰু ঢোলবাদনৰ প্ৰশিক্ষণ প্ৰদান কৰে চৰাইদেউ সমন্বয় বিহুদলৰ বিহুৱা-বিহুৱতীসকলে ৷

MORE NEWS