Public App Logo
Jansamasya
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Biharnews
Jodhpur
No video available

মাহমৰা: চৰাইদেউ জিলা বিজেপিৰ উপসভাপতি মন্টু কোঁৱৰৰ উপস্থিতিত মাহমৰাৰ ভৰালীপুখুৰীত গুৰুত্বপূৰ্ণ দলীয় সভা সম্পন্ন

Mahmora, Charaideo | Mar 31, 2024
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ভৰালীপুখুৰীত সমাগত লোকসভা নিৰ্বাচনক লৈ আজি বিয়লি এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ সভাত অহা ২ এপ্ৰিলত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক আদৰণি জনোৱা সন্দৰ্ভত আলোচনা হয় ৷ এই সভাত চৰাইদেউ জিলা বিজেপিৰ উপ সভাপতি মন্টু কোঁৱৰ, মাহমৰা গ্ৰাম্য মণ্ডলৰ সাধাৰণ সম্পাদক দিগন্ত আৰন্ধৰা, যুৱ মৰ্চাৰ ৰাজ্যিক কায্যনিবাহক সদস্য সত্যজিত গোহাঁই, মাহমৰা মণ্ডল যুৱ মৰ্চাৰ সভাপতি ক্ষীৰোদ লাহনকে ধৰি বহুসংখ্যক বিষয়ববীয়া উপস্থিত থাকে ৷