Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

ধুবুৰী জিলা সাপটগ্ৰামত শোকাৱহ ঘটনা । টিপকাই নৈত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত ।নৈ খনৰ মাজত থকা খুটা খুন্দা খাই নাও খনৰ পৰা ছিটিকি পৰে ৫ গৰাকী ছাত্ৰ ছাত্ৰী । ৪ গৰাকী ছাত্ৰ ছাত্ৰীক স্থানীয় ৰাইজে অভিযান চলাই জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী সন্ধানহীন হৈ পৰে ।

MORE NEWS

ধুবুৰী জিলা সাপটগ্ৰামত শোকাৱহ ঘটনা । টিপকাই নৈত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত ।নৈ খনৰ মাজত থকা খুটা খুন্দা খাই নাও খনৰ পৰা ছিটিকি পৰে ৫ গৰাকী ছাত্ৰ ছাত্ৰী । ৪ গৰাকী ছাত্ৰ ছাত্ৰীক স্থানীয় ৰাইজে অভিযান চলাই জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী সন্ধানহীন হৈ পৰে । - Bilasipara Part News