Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

ওদালগুৰি: খৃষ্টানপাৰা বাথৌ থানচালিত অনুষ্ঠিত হোৱা আধ্যাত্মিক কাৰ্যসূচীত বিটিচিৰ এমচিএলএ অৰ্জুন দৈমাৰীৰ অংশগ্ৰহণ

Udalguri, Udalguri | Nov 26, 2025
জিলা খনৰ খৃষ্টানপাৰাত অৱস্থিত বাথৌ থানচালিত দিনযোৰা কাৰ্যসূচীৰে বাথৌ ধৰ্মীয় আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত বাথৌ ধৰ্মীয় আধ্যাত্মিক কাৰ্যসূচীত উপস্থিত হৈ বঢ়াই বাথৌৰ আৰ্শীবাদ গ্ৰহণ কৰাৰ লগতে ৰাইজৰ সতে মত বিনিময় কৰে বিটিচিৰ এমচিএলএ অৰ্জুন দৈমাৰীয়ে। ইপিনে উক্ত সময় চোৱাত বাথৌ থানচালিত পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ লগতে বিষয় ববিয়া আৰু কাৰ্যকতা সকলৰ ওপৰিও অঞ্চলৰ বাথৌ ধৰ্মীয় ৰাইজ উপস্থিত থাকে।

MORE NEWS

ওদালগুৰি: খৃষ্টানপাৰা বাথৌ থানচালিত অনুষ্ঠিত হোৱা আধ্যাত্মিক কাৰ্যসূচীত বিটিচিৰ এমচিএলএ অৰ্জুন দৈমাৰীৰ অংশগ্ৰহণ - Udalguri News