ওদালগুৰি আৰক্ষী চাউনীত কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত আৰক্ষীৰ সুবিধাৰ্থে আজি মুকলি কৰা হ'ল কেন্টিন। কেন্টিন মুকলি কৰে জিলা খনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই।
Udalguri LIVE - Digital
Udalguri LIVE - BODO
Udalguri Police
Udalguri, Udalguri | Jun 2, 2026