Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

পলাশবাৰী: 'বিজেপি ত্যাগ কৰা বুলি ওলোৱা মানুহবোৰ যোৱা ৫ বছৰেই দলৰ সৈতে সক্ৰিয়ভাৱে নাই', কাঁহিকুছিত মুখ্যমন্ত্ৰীৰ মন্তব্য

Palasbari, Kamrup | Sep 3, 2025
বিজেপি ত্যাগ কৰা বুলি ওলোৱা মানুহবোৰ যোৱা ৫ বছৰেই দলৰ সৈতে সক্ৰিয়ভাৱে নাই৷ বুধবাৰে আজাৰাৰ কাঁহিকুছিত প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ বিজেপি ত্যাগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। তেওঁলোকে বিজেপিৰ সভা-সমিতিসমূহলৈ অহা নাই৷ সেই মানুহখনিয়ে যোৱা বিধান সভা, লোকসভা সকলোতে কংগ্ৰেছকে সমৰ্থন কৰিছে৷

MORE NEWS