সোণাৰি: লেংগীৱৰ বাকুপুখুৰী হাবি গাওঁত এক মাৰপিটৰ ঘটনা সংঘটিত কৰি পলায়ন কৰা ৰাজন গাঞ্জু আৰু অৰুপ গাঞ্জু মথুৰাপুৰ আৰক্ষীয় আটক কৰে
চৰাইদেউ জিলাৰ লেংগীৱৰ বাকু পুখুৰী হাবি গাওঁত ২০২৩ চনত এক মাৰপিটৰ ঘটনা সংঘটিত কৰি পলায়ন কৰা ৰাজন গাঞ্জু আৰু অৰুপ গাঞ্জুক মথুৰাপুৰ আৰক্ষী আজি আটক কৰে আটক কৰাৰ পাছতেই মথুৰাপুৰ আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷