Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
जनसमस्या
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Up
Iyc
Bollywood
Patna
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
Mp
Madhyapradesh
Ahmedabad
Pmmodi
Rahulgandhi

#News| Two Girls Attempt Jewellery Shop Robbery Using Pepper Spray in Patna, Caught Red-Handed

Assam, India | Jun 13, 2026

MORE NEWS

নগাঁও: ভাৰতীয় জনতা পাৰ্টিৰ ডুমডুমীয়া মণ্ডলৰ এখন বিশেষ সাংগঠনিক সভা ধিঙত অনুষ্ঠিত, উপস্থিত বিধায়ক ৰূপক শৰ্মা

নগাঁও: ভাৰতীয় জনতা পাৰ্টিৰ ডুমডুমীয়া মণ্ডলৰ এখন বিশেষ সাংগঠনিক সভা ধিঙত অনুষ্ঠিত, উপস্থিত বিধায়ক ৰূপক শৰ্মা

Nagaon, Nagaon | Jun 13, 2026

মৰিগাঁৱত পথ সুৰক্ষা সজাগতা ৰেলী আৰু স্বাক্ষৰ অভিযান 

মৰিগাঁও, ১৩ জুনঃ জিলা পথ সুৰক্ষা সমিতি, মৰিগাঁৱৰ উদ্যোগত, অতিৰিক্ত জিলা আয়ুক্ত নিতিশা বৰাৰ তত্ত্বাৱধানত আৰু মটৰহেড ইউনাইটেড মটৰচাইকেল ক্লাৱৰ সহযোগত আজি পথ সুৰক্ষাকেন্দ্ৰিক এক সজাগতা মটৰ চাইকেল ৰেলী আৰু স্বাক্ষৰ অভিযান সফলভাৱে সম্পন্ন হয়।
মৰিগাঁও আৱৰ্ত ভৱনৰ সমীপৰ পৰা উলিওৱা এই মটৰচাইকেল ৰেলীৰ মূল উদ্দেশ্য আছিল সৰ্বসাধাৰণৰ মাজত পথ সুৰক্ষাৰ বিধি-নিয়ম, নিৰাপদ চালনা, হেলমেট আৰু ছিটবেল্ট ব্যৱহাৰৰ গুৰুত্ব তথা দায়িত্বশীল পথ ব্যৱহাৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। ৰেলীটো বাচানাঘাট হৈ ১ নং মানিপুৰৰ ছপাপাৰ প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয়।
কাৰ্যসূচীৰ অংশ হিচাপে “মই পথ সুৰক্ষাৰ নীতি-নিয়ম মানি চলিম” শীৰ্ষক এক স্বাক্ষৰ অভিযানৰো আয়োজন কৰা হয়। চালক, শিক্ষাৰ্থী, ব্যৱসায়ী, পথচাৰীকে ধৰি বহু লোকে উৎসাহেৰে অংশগ্ৰহণ কৰি পথ সুৰক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰে।
ইয়াৰ উপৰি ছপাপাৰ প্ৰাথমিক বিদ্যালয়ত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত এক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। শিবিৰত সাধাৰণ স্বাস্থ্য পৰীক্ষাৰ লগতে বিশেষ চকু পৰীক্ষা শিবিৰৰো আয়োজন কৰা হয়। একে সময়তে জিলা পৰিবহণ বিভাগৰ উদ্যোগত বিভিন্ন বাহনৰ যান্ত্ৰিক পৰীক্ষা সম্পন্ন কৰি চালকসকলক যান-বাহন আইন কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনায়, যাতে নিজৰ লগতে আন পথ ব্যৱহাৰকাৰীৰ সুৰক্ষা নিশ্চিত কৰিব পৰা যায়।
উল্লেখ্য যে, জিলা পথ সুৰক্ষা সমিতি, মৰিগাঁৱৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত শেহতীয়া সময়ছোৱাত ব্যাপক পথ সুৰক্ষা সজাগতা অভিযান অব্যাহত আছে। এই ধৰণৰ কাৰ্যসূচীয়ে পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ লগতে জনসাধাৰণৰ মাজত সুৰক্ষিত আৰু শৃংখলাবদ্ধ পথ ব্যৱহাৰৰ সংস্কৃতি গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

মৰিগাঁৱত পথ সুৰক্ষা সজাগতা ৰেলী আৰু স্বাক্ষৰ অভিযান মৰিগাঁও, ১৩ জুনঃ জিলা পথ সুৰক্ষা সমিতি, মৰিগাঁৱৰ উদ্যোগত, অতিৰিক্ত জিলা আয়ুক্ত নিতিশা বৰাৰ তত্ত্বাৱধানত আৰু মটৰহেড ইউনাইটেড মটৰচাইকেল ক্লাৱৰ সহযোগত আজি পথ সুৰক্ষাকেন্দ্ৰিক এক সজাগতা মটৰ চাইকেল ৰেলী আৰু স্বাক্ষৰ অভিযান সফলভাৱে সম্পন্ন হয়। মৰিগাঁও আৱৰ্ত ভৱনৰ সমীপৰ পৰা উলিওৱা এই মটৰচাইকেল ৰেলীৰ মূল উদ্দেশ্য আছিল সৰ্বসাধাৰণৰ মাজত পথ সুৰক্ষাৰ বিধি-নিয়ম, নিৰাপদ চালনা, হেলমেট আৰু ছিটবেল্ট ব্যৱহাৰৰ গুৰুত্ব তথা দায়িত্বশীল পথ ব্যৱহাৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। ৰেলীটো বাচানাঘাট হৈ ১ নং মানিপুৰৰ ছপাপাৰ প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয়। কাৰ্যসূচীৰ অংশ হিচাপে “মই পথ সুৰক্ষাৰ নীতি-নিয়ম মানি চলিম” শীৰ্ষক এক স্বাক্ষৰ অভিযানৰো আয়োজন কৰা হয়। চালক, শিক্ষাৰ্থী, ব্যৱসায়ী, পথচাৰীকে ধৰি বহু লোকে উৎসাহেৰে অংশগ্ৰহণ কৰি পথ সুৰক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰে। ইয়াৰ উপৰি ছপাপাৰ প্ৰাথমিক বিদ্যালয়ত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত এক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। শিবিৰত সাধাৰণ স্বাস্থ্য পৰীক্ষাৰ লগতে বিশেষ চকু পৰীক্ষা শিবিৰৰো আয়োজন কৰা হয়। একে সময়তে জিলা পৰিবহণ বিভাগৰ উদ্যোগত বিভিন্ন বাহনৰ যান্ত্ৰিক পৰীক্ষা সম্পন্ন কৰি চালকসকলক যান-বাহন আইন কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনায়, যাতে নিজৰ লগতে আন পথ ব্যৱহাৰকাৰীৰ সুৰক্ষা নিশ্চিত কৰিব পৰা যায়। উল্লেখ্য যে, জিলা পথ সুৰক্ষা সমিতি, মৰিগাঁৱৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত শেহতীয়া সময়ছোৱাত ব্যাপক পথ সুৰক্ষা সজাগতা অভিযান অব্যাহত আছে। এই ধৰণৰ কাৰ্যসূচীয়ে পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ লগতে জনসাধাৰণৰ মাজত সুৰক্ষিত আৰু শৃংখলাবদ্ধ পথ ব্যৱহাৰৰ সংস্কৃতি গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

Laharighat, Morigaon | Jun 13, 2026

মাটিয়া: ৰাজ্যত চলি থকা ড্ৰাগছ, চাইবাৰ ক্ৰাইম, বাল্যবিবাহ,পথ দুৰ্ঘটনা আদিৰ ওপৰত শালমাৰাত সজাগতা সভা

মাটিয়া: ৰাজ্যত চলি থকা ড্ৰাগছ, চাইবাৰ ক্ৰাইম, বাল্যবিবাহ,পথ দুৰ্ঘটনা আদিৰ ওপৰত শালমাৰাত সজাগতা সভা

Matia, Goalpara | Jun 13, 2026