Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
बीजेपी
Uttar_pradesh
Accident
Congress
Modi
Delhi
Viral
Crime
Up
Bollywood
दिल्ली
Breakingnews
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Telangana
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীক বিধায়ক ভুৱন গামে 'মিঞা এজেণ্ট' আখ্যা দিয়াৰ পাছত সত্ৰাধিকাৰ গৰাকীয়ে প্ৰমান দিবলৈ বান্ধি দিয়া ৩ দিনৰ সময় উকলি যোৱাৰ পাছতো ক্ষমা নুখুজিলে বিধায়কগৰাকীয়ে------ আইনী প্ৰক্ৰিয়াৰ লগতে এইবাৰ বিধানসভাৰ অধ্যক্ষ, মুখ্যমন্ত্ৰীক দিয়া হ’ব লিখিত গোচৰ! বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ওচৰতো তৰা হ’ব গোচৰ---- ক্ষমা নুখুজিলে গোচৰ যাব দিল্লী আৰু আৰ এছ এছৰ মুখ্য কাৰ্যালয় নাগপুৰলৈ----

MORE NEWS