Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
बीजेपी
Uttar_pradesh
Accident
Congress
Modi
Delhi
Viral
Crime
Up
Bollywood
दिल्ली
Breakingnews
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Telangana
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

আজ বন্ধ আছে আফলামুখৰ ফেৰিসেৱা-- কালিলৈ ফেৰি চলাৰ সম্ভাৱনা ----

MORE NEWS

দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীক বিধায়ক ভুৱন গামে 'মিঞা এজেণ্ট' আখ্যা দিয়াৰ পাছত সত্ৰাধিকাৰ গৰাকীয়ে প্ৰমান দিবলৈ বান্ধি দিয়া ৩ দিনৰ সময় উকলি যোৱাৰ পাছতো ক্ষমা নুখুজিলে বিধায়কগৰাকীয়ে------

আইনী প্ৰক্ৰিয়াৰ লগতে এইবাৰ বিধানসভাৰ অধ্যক্ষ, মুখ্যমন্ত্ৰীক দিয়া হ’ব লিখিত গোচৰ!
বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ওচৰতো তৰা হ’ব গোচৰ----

ক্ষমা নুখুজিলে গোচৰ যাব দিল্লী আৰু আৰ এছ এছৰ মুখ্য কাৰ্যালয় নাগপুৰলৈ----

দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীক বিধায়ক ভুৱন গামে 'মিঞা এজেণ্ট' আখ্যা দিয়াৰ পাছত সত্ৰাধিকাৰ গৰাকীয়ে প্ৰমান দিবলৈ বান্ধি দিয়া ৩ দিনৰ সময় উকলি যোৱাৰ পাছতো ক্ষমা নুখুজিলে বিধায়কগৰাকীয়ে------ আইনী প্ৰক্ৰিয়াৰ লগতে এইবাৰ বিধানসভাৰ অধ্যক্ষ, মুখ্যমন্ত্ৰীক দিয়া হ’ব লিখিত গোচৰ! বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ওচৰতো তৰা হ’ব গোচৰ---- ক্ষমা নুখুজিলে গোচৰ যাব দিল্লী আৰু আৰ এছ এছৰ মুখ্য কাৰ্যালয় নাগপুৰলৈ----

Ujani Majuli Circle, Majuli | Jun 29, 2026

দক্ষিণপাট গৃহাশ্ৰ্মী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামী আৰু মাজুলীৰ বিধায়ক ভুৱন গামৰ মাজত চলি থকা বি*ৰ্ত*ক*ৰ সময়তে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে ঐতিহ্যমণ্ডিত  শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে পূৰ্বে মাজুলীৰ সংবাদত প্ৰদান কৰা এই মন্তব্য  খিনিয়ে -------
#hilightseveryonefollowers2026 #nonfollowersviewers #NewsUpdate #BJPGovernment

দক্ষিণপাট গৃহাশ্ৰ্মী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামী আৰু মাজুলীৰ বিধায়ক ভুৱন গামৰ মাজত চলি থকা বি*ৰ্ত*ক*ৰ সময়তে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে পূৰ্বে মাজুলীৰ সংবাদত প্ৰদান কৰা এই মন্তব্য খিনিয়ে ------- #hilightseveryonefollowers2026 #nonfollowersviewers #NewsUpdate #BJPGovernment

Ujani Majuli Circle, Majuli | Jun 29, 2026

Exclusive 
মাজুলী সংবাদৰ কেমেৰাত ব*ন্দি বন্যহস্তিয়ে কৃষকৰ গৃহ ভ*ঙা*ৰ দৃশ্যাংশ 
 বাবুলিচাপৰিৰ ৬জন কৃষকৰ আৱাসগৃহ ভাঙি তচনচ ---

Exclusive মাজুলী সংবাদৰ কেমেৰাত ব*ন্দি বন্যহস্তিয়ে কৃষকৰ গৃহ ভ*ঙা*ৰ দৃশ্যাংশ বাবুলিচাপৰিৰ ৬জন কৃষকৰ আৱাসগৃহ ভাঙি তচনচ ---

Ujani Majuli Circle, Majuli | Jun 29, 2026