Public App Logo
Profile Picture

Majuli Sangbad

@majulisangbad
111Followers
0Following
সত্ৰপীঠ মাজুলীত গুৰুজনাৰ ৫৭৮ তম্ জন্ম জয়ন্তী উদযাপন

সত্ৰপীঠ মাজুলীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ তম্ জন্ম জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। সত্ৰ আৰু নামঘৰ সমূহৰ সমান্তৰালকৈ মাজুলীৰ বিভিন্ন আঞ্চলিক ধৰ্মালোচনী সভাৰ উদ্যোগত জগতগুৰু গৰাকীৰ জন্মোৎসৱ উদযাপন ---
'সৃষ্টি'-এক সমন্বয়ৰ যাত্ৰা,মাজুলী (অসমৰ) ৰ
সুৰ, শব্দ আৰু প্ৰাৰ্থনাৰ এদিন কাৰ্যসূচীত 
কেইগৰাকীমান কনমানি ৰ কন্ঠত মায়াবিনী---
মাজুলীৰ সংবাদ -Majulir Sangbad <nis:link nis:type=tag nis:id=hilights nis:value=hilights nis:enabled=true nis:link/>
📌 জেংৰাইচাপৰি আৰু লখিমপুৰৰ বালিজানৰ মাজত সং*ঘা*ত ---
📌হাতে হাতে চো*কা অ*স্ত্ৰ লৈ মুখামুখী দুয়োখন গাঁৱৰ ৰাইজ
📌পৰিস্থিতি উ*ত্ত*প্ত,কোনোমতে  প্ৰা*ণ ৰ*ক্ষা জেংৰাইচাপৰি খেৰকটীয়া পাৰঘাটৰ লেচীসহ কেইবাগৰাকী লোক

মাজুলীৰ সংবাদ -Majulir Sangbad
সৃষ্টি -এক সমন্বয়ৰ যাত্ৰা, মাজুলীৰ উদ্যোগত অমৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত 'সুৰ-শব্দ আৰু প্ৰাৰ্থনাৰ এদিন উদযাপন ----
মদাৰগুৰি প্ৰাথমিক বিদ্যালয় আৰু নবজোৱান কালাবৰৰ সহযোগত কালি দিন জোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গৰ প্ৰথম মৃ*ত্যু বাৰ্ষিকী পালন ---
আঁহতগুৰি গাঁও পঞ্চায়তৰ সমূহ যুৱক আৰু ৬ নং হুতাৰ গাঁৱৰ ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ মৃ*ত্যু তিথি উপলক্ষে পাঁচশ গছি বন্তি প্ৰজ্বালন ----
সৃষ্টি -এক সমন্বয়ৰ যাত্ৰা, মাজুলী(অসমৰ) উদ্যোগত ভকতিদুৱাৰ তিনিআলিত সুৰ, শব্দ, আৰু প্ৰাৰ্থনাৰ এদিন
উদযাপন---
মাজুলীৰ সংবাদ -Majulir Sangbad , সৃষ্টি এক সমন্বয় যাত্ৰা-মাজুলী
📌কথা দি কথা ৰাখিলে মাজুলীৰ অৰুণে--

ঈশ্বৰ পুত্ৰৰ প্ৰথম মৃ*ত্যু বাৰ্ষিকিত মাজুলীৰ অৰুণৰ বিশেষ শ্ৰ*দ্ধা*ঞ্জ*লী---

  📌আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃ*ত্যু দিনটোত,  যাত্ৰীসকলক বিনামূলীয়াকৈ অনা-নিয়া কৰিলে পুৱা ৭ বজাৰ পৰা
ফুলনি চাৰিআলি হৈ অফলামুখ ঘাটলৈ, পুৱা ১১ বজাত - অফলামুখ ঘাটৰ পৰা ফুলনি চাৰিআলিলৈ, বিয়লি ২ বজাত - ফুলনি চাৰিআলিৰ পৰা অফলামুখ ঘাটলৈআৰু বিয়লি ৪ বজাত - অফলামুখ ঘাটৰ পৰা ফুলনি চাৰিআলিলৈ অনা নিয়া কৰিলেবিনামূলীয়াকৈ  যাত্ৰী সকলক---
জুবিন ক্ষেত্ৰত  অংগৰাগ পাপন মহন্ত----
জুবিন দাৰ সোৱৰণত ---
- ৰিদম্ মাজুলীৰ উদ্যোগত
- সোণাৰিআটী চাৰিআলি ব্যৱসায় সন্থা, ৰঙাচাহী গাঁও যুৱ সংঘ,
- সোণাৰিআটী যুৱক সংঘ, বৰবাম যুৱক সংঘ আৰু আঞ্চলিক ৰাইজৰ সহযোগত
- প্ৰথম বাৰ্ষিক
- জুবিন দিৱস
আয়োজন ---
'সৃষ্টি' এক সমন্বয়ৰ যাত্ৰা, মাজুলী, (অসমৰ) উদ্যোগত 
অমৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত "সুৰ,শব্দ আৰু প্ৰাৰ্থনাৰ এদিন" উদযাপন 

স্থান ÷ ভকতিদুৱাৰ তিনিআলি 
সময়÷ সন্ধিয়া ৫ বজাৰ পৰা 
সকলোৰে সহযোগিতা কামনা কৰিছে সৃষ্টিৰ পৰিয়ালে ---
📌মাজুলী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত উৎসৱ সম্পাদক পদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ সমৰ্থিত প্ৰাৰ্থী বিৰাম পাতিৰে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰে---
 📌মাজুলী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তেখেতলৈ বৈপ্লৱিক অভিনন্দন ও শুভেচ্ছা জনায়----
মাজুলী চামগুৰি সত্ৰৰ মূখা শিল্পৰ প্ৰেমত পৰিল নেদালেণ্ডৰ  সুন্দৰী যুৱতী =--

 জগতগুৰু শ্ৰীমন্তশঙ্কৰদেৱৰ অনবদ্য অৱদান মূখা শিল্পী ৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে নেদাৰলেণ্ড ৰ  'লেইল‍া'ই ---

বিশিষ্ট মূখা শিল্পী পদ্মশ্ৰী ডঃ হেমচন্দ্ৰ গোস্বামীৰ তত্বাবধনাত লৈছে মূখা বনোৱাৰ  প্ৰশিক্ষন----
<nis:link nis:type=tag nis:id=hilights nis:value=hilights nis:enabled=true nis:link/>
ক*ফি*ন*ত আ*ব*দ্ধ হৈ ঘৰলৈ উভতিল মাজুলী জামুৱনি গাৱঁৰ দিগন্ত দত্ত। 
জামুৱনি গাৱঁত কা*ন্দো*ন*ৰ ৰো*ল, চ*কু চ*ল*চ*লী*য়া প্ৰতিজনৰ---

সপোন খেদি যোৱা দিগন্ত উভতিল ক*ফি*ন*ত!'
​'অ*না*থ হ'ল ৪ ব*ছ*ৰী*য়া স*ন্তা*ন ---
মাজুলীৰ পীতাম্বৰ দেৱ গোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণী সভা: কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা----
<nis:link nis:type=tag nis:id=hilight nis:value=hilight nis:enabled=true nis:link/>
নামনি মাজুলীৰ "পুথিভঁৰাল বৰ্ণবাক্ আৰু আত্মবীক্ষণ মঞ্চ"ত  " মাজুলী জিলা ভিত্তিত তৰ্ক প্ৰতিযোগিতা সম্পন্ন 

আইলেণ্ড একাডেমিৰ প্ৰজ্ঞানী শৰ্মা শ্ৰেষ্ঠ প্ৰতিযোগী 

চামগুৰি সত্ৰ ৰাৱণাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় শ্ৰেষ্ঠ দল

"তৰ্ক কলাই ছাত্ৰ ছাত্ৰীৰ আত্মবিশ্বাস বৃদ্ধি কৰে আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ সাক্ষাতকাৰত সহায় কৰে " - সোমালিন প্ৰিয়দৰ্শিনী
ৰাজ্যিক মৰ্য্যদাৰে শে*ষকৃ*ত্য সম্পন্ন বৈষ্ণৱ শিল্পী পদ্মশ্ৰী বঁটা প্ৰাপক গোপীৰাম বৰগায়ন বুঢ়াভকতৰ---
শে*ষকৃ*ত্য অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ হৈ মন্ত্ৰী বিমল বড়া---
<nis:link nis:type=tag nis:id=hilight nis:value=hilight nis:enabled=true nis:link/> মাজুলীৰ সংবাদ -Majulir Sangbad Biman Boruah Biman Boruah
📌১৯ ছেপ্টেম্বৰ, শনিবাৰে জুবিন গাৰ্গৰ মৃত্যু তিথি উপলক্ষে আঁহতগুৰি হুতাৰ ঘাট আৰু চিকাৰী ঘাটৰ ফেৰী সেৱা বিনামূলীয়াকৈ চলাচলৰ ঘোষণা----
📌ৰাতিপুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ সম্পূৰ্ণ বিনামূলীয়া----
📌ঘোষণা কৰিলে - আঁহতগুৰি হুতাৰ ঘাটৰ লেচি প্ৰশান্ত দাস আৰু চিকাৰী ঘাটৰ লেচি কুশ বৰাই----
📌বৈষ্ণৱ শিল্পী, পদ্মশ্ৰী বঁটা প্ৰাপক গোপীৰাম বৰগায়ন বুঢ়াভকত আৰু না*ই__
📌ৰাজ্যিক মৰ্যাদাৰে শে*ষ*কৃ*ত্য সম্পন্ন --
মাজুলীৰ সোনাৰীআটি চাৰিআলিত মুকলি নতুন ৰেষ্টুৰেণ্ট  'Mrinmois Deliciuos'
জন্মদিন অথৱা বিবাহ বাৰ্ষিকিৰ পাৰ্টি দিব পাৰিব আপোনাৰ মন পচন্দত ---
<nis:link nis:type=tag nis:id=hilight nis:value=hilight nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=mrinmos nis:value=mrinmos nis:enabled=true nis:link/> Delicious
📌বৈষ্ণৱ শিল্পী, পদ্মশ্ৰী বঁটা প্ৰাপক গোপীৰাম বৰগায়ন বুঢ়াভকত আৰু না*ই
◼️সত্ৰীয়া সংস্কৃতিৰ জীৱন্ত মৌখিক পৰম্পৰাৰ ধাৰাটো চলাই যোৱাত মুখ্য ভূমিকা পালন কৰিছিল 
◼️ শো*ক*স্ত*ব্ধ সত্ৰীয়া সমাজ

◼️“পদ্মশ্ৰী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ ম*হা*প্ৰ*য়া*ণ অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জগতৰ বাবে এক অ*পূ*ৰ*ণী*য় ক্ষ*তি” - মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
📌পুলিচৰ  গাড়ীৰ পৰা জঁ*পি*য়া*ই মৃ*ত্যু প*ত্নীহ*ন্তা ৰামানুজ গোস্বামীৰ
মাজুলীত এ*ই*ড*চ আ*ই.ভি. সং*ক্ৰ‍া*ম*ক ৰো*গ সম্পৰ্কত সজাগতা সভা। 

মাজুলী জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত  মাজুলীত তীব্ৰতৰ তথ্য, শিক্ষা আৰু যোগাযোগ অভিযানৰ জিলা পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়---
@Majuli helth department <nis:link nis:type=tag nis:id=hilighteveryone nis:value=Hilighteveryone nis:enabled=true nis:link/> Majuli Police District Administration Majuli মাজুলীৰ সংবাদ -Majulir Sangbad
📌কমলাবাৰীত কি দৰে সংঘটিত হৈছিল ই-ৰিস্কাৰ দূ*ৰ্ঘ*ট*না ---
📌কোনোমতে প্ৰা*ণ ৰক্ষা হোৱা মহিলাই কি কয়--- -
উৎপল বৰুৱাৰ সহযোগত নিউজ ডেস্ক, মাজুলীৰ সংবাদ 
<nis:link nis:type=tag nis:id=newsupdate nis:value=NewsUpdate nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=hilight nis:value=hilight nis:enabled=true nis:link/>