অসম আন্দোলনৰ শ্বহীদসকলৰ ত্যাগক সুঁৱৰি শ্বহীদ স্মাৰক ক্ষেত্রত আজি প্রজ্জ্বলিত কৰা হয় ‘শ্বহীদ অনল জ্যোতি‘। মুখ্যমন্ত্ৰীয়ে প্ৰজ্বলিত কৰা জ্যোতিশিখা চিৰদিন জ্বলি থাকিব । কাইলৈ ৰাতিপুৱা ১১ বজাত বৰাগাওঁত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্ধোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।