Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

পূব যোৰহাট: কৰঙা কাটনি গাঁৱত তিনিদিনীয়া কৈ অনুষ্ঠিত হয় শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মজয়ন্তী

Jorhat East, Jorhat | Oct 4, 2025
কৰঙা কাটনি গাঁৱত তিনিদিনীয়া কৈ অনুষ্ঠিত হয় শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মজয়ন্তী । শনিবাৰে বিয়লি পাঁচ বজালৈকে অনুষ্ঠিত হয় বিভিন্ন প্ৰতিযোগিতা । যোৰহাট জিলাৰ কৰঙা কাটনি গাঁৱত তিনিদিনীয়া কৈ অনুষ্ঠিত হয় শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৭ তম জন্মজয়ন্তী । প্ৰথম দিনা হস্তী লৈ শোভাযাত্ৰা উলিওৱা হয় । কেইবাখনো গাঁৱৰ মাজেৰে উলিয়ায় শোভাযাত্ৰা ।
পূব যোৰহাট: কৰঙা কাটনি গাঁৱত তিনিদিনীয়া কৈ অনুষ্ঠিত হয় শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মজয়ন্তী - Jorhat East News