Public App Logo
Profile Picture

Jorhat Local News

@priyanka1162
134722Followers
3Following
পশ্চিম যোৰহাট: চেউনি গাঁৱত স্বামীৰ হাতত প্ৰাণ গল পত্নীৰ , ঘটনা স্থলী পৰিদৰ্শন আৰক্ষীৰ
পশ্চিম যোৰহাট: যোৰহাটত উত্তপ্ত পৰিস্থিতি , বিজেপিৰ সমদলৰ সময়ত শ্ল'গান দিয়াক লৈ সৃষ্টি হয় এই পৰিস্থিতি
পশ্চিম যোৰহাট: ষ্টেডিয়ামৰ পৰা বিজেপিৰ প্ৰতিবাদী সমদল , "দেশৰ হকে , অপশক্তিৰ বিৰুদ্ধে " শীৰ্ষক বৃহৎ জনজাগৰণ সমদল
পশ্চিম যোৰহাট: পূজাৰ সময়ত যোৰহাট নগৰৰ মাজমজিয়াত যান বাহন চলাচল সন্দৰ্ভত যান বাহন আৰক্ষীৰ সংবাদ মেল
পশ্চিম যোৰহাট: পূজাৰ সময়ত যোৰহাট নগৰৰ মাজমজিয়াত যান বাহন চলাচল সন্দৰ্ভত যান বাহন আৰক্ষীৰ সংবাদ মেল
পশ্চিম যোৰহাট: অপশক্তিৰ বিৰুদ্ধে যোৰহাটত বিজেপিৰ সমদলত অংশ গ্ৰহণ মন্ত্ৰী সুশান্ত বুঢ়াগোহাঁইৰ
পশ্চিম যোৰহাট: প্ৰধানমন্ত্ৰীয়ে দেশক আগুৱাই নিয়াৰ ক্ষেত্ৰত সৰ্বোপ্ৰকাৰৰ চেষ্টা কৰিছে কিন্তু একাংশই ইয়াৰ বিৰুদ্ধে গৈছে : হিতেন্দ্ৰ নাথ
পশ্চিম যোৰহাট: অপশক্তিৰ বিৰুদ্ধে যোৰহাটত বিজেপিৰ সমদলত অংশ গ্ৰহণ মন্ত্ৰী সুশান্ত বুঢ়াগোহাঁইৰ
পশ্চিম যোৰহাট: বিজেপিৰ জনজাগৰণ সমদল সন্দৰ্ভত যোৰহাটত মন্তব্য মন্ত্ৰী পিযুষ হাজৰিকাৰ
পশ্চিম যোৰহাট: টোকোলাই পৰিষ্কাৰ কৰি থাকোঁতে উদ্ধাৰ হোৱা মৰ্টাৰ সন্দৰ্ভত মন্তব্য অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ
পশ্চিম যোৰহাট: যোৰহাটত আজি ভক্তিৰসে মুখৰিত হ'ল সংহত জিলা আয়ুক্তৰ কাৰ্যালয়
পশ্চিম যোৰহাট: যোৰহাটৰ ৰজামৈডাম কবৰস্থান ৰোডত ওলাইছে এটা মৰ্টাৰ ,চৌদিশে সৃষ্টি হৈছে আতঙ্ক আৰু চাঞ্চল্য
পশ্চিম যোৰহাট: তিতাবৰত সেৱা সংকল্প অভিযানৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত
পশ্চিম যোৰহাট: যোৰহাট পৌৰসভাৰ মাষ্টাৰোল , ফিক্সপে কৰ্মচাৰীৰ বিভিন্ন সমস্যা সমাধানৰ দাবী
পশ্চিম যোৰহাট: তিতাবৰত আশা ছুপাৰভাইজাৰ আৰু আশা কৰ্মীসকলৰ মাজত "এককালীন প্ৰেৰণাদায়ক মাননী আৰু প্ৰশংসা-পত্ৰ বিতৰণ
পশ্চিম যোৰহাট: বাঁহফলত এখন সভাত অংশ গ্ৰহণ মন্ত্ৰী অতুল বৰাৰ
পশ্চিম যোৰহাট: চিপাহীখোলাত ৰান্ধনী- সহায়িকাৰ মাজত "এককালীন প্ৰেৰণাদায়ক মাননী আৰু প্ৰশংসা-পত্ৰ বিতৰণ
পশ্চিম যোৰহাট: ভোগদৈ আৰক্ষী চকীৰ অন্তৰ্গত কেন্দুগুৰি  সমীপৰ ৰাষ্ট্ৰীয় ঘাই পথত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত তিনিজন
পশ্চিম যোৰহাট: উৎসৱৰ বতৰত দুৰ্ঘটনা ৰোধৰ বাবে আৰক্ষীৰ ধাৰাবাহিক অভিযান ,যজ্ঞ মন্দিৰ চাৰিআলিত অভিযান চলাই জব্দ কৰে মটৰ চাইকেল
পশ্চিম যোৰহাট: যোৰহাট ষ্টেডিয়ামৰ পৰা ছাত্ৰ সন্থাৰ মমশিখা , হিমাশ্ৰী বড়োক ন্যায় প্ৰদানৰ দাবীত এই সমদল
পশ্চিম যোৰহাট: যোৰহাটত আনুষ্ঠানিকভাৱে মুকলি হ’ল ‘ৰচকী’ৰ নতুন হস্ততাঁত উদ্যোগ , শুভাৰম্ভ কৰে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই
পশ্চিম যোৰহাট: এগৰাকী মহিলাৰ মৃত্যুৰ পাছত মহিলা গৰাকীৰ চৰিত্ৰ হননত নামে একাংশ , যোৰহাটত মন্তব্য আছুৰ সভাপতি উৎপল শৰ্মাৰ
পশ্চিম যোৰহাট: তিতাবৰৰ তুৰুং গ্ৰাণ্ট-১ মডেল অংগনৱাড়ী কেন্দ্ৰত আজি "অংগন মিলন সেৱা" কাৰ্যসূচী অনুষ্ঠিত
তিতাবৰ: "অংগন মিলন সেৱা" অনুষ্ঠান কি উদ্দেশ্য অনুষ্ঠিত কৰা হৈছে উল্লেখ কৰে বিধায়ক ধীৰাজ গোৱালাই
মৰিয়নি: মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত মৰিয়নি পৌৰসভাৰ অন্তৰ্গত অঞ্চলৰ ৰাইজৰ বাবে 'সেৱা সেতু অভিযান'ৰ বিশেষ শিবিৰ  অনুষ্ঠিত