Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

পূব যোৰহাট: কৰঙা কাতনি গাঁৱত হাতী লৈ শোভাযাত্ৰা , শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৫৫৭ তম জন্মজয়ন্তী উদযাপন

Jorhat East, Jorhat | Oct 2, 2025
কৰঙা কাতনি গাঁৱত শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৫৫৭ তম জন্মজয়ন্তী উদযাপন। বৃহস্পতিবাৰে দিনৰ পাঁচ বাজি ত্ৰিশ মিনিটলৈকে অনুষ্ঠিত হয় বিভিন্ন কাৰ্যসূচী । এইবাৰ তিনিদিনীয়াকৈ যোৰহাটৰ কৰঙা কাটনী গাঁৱত উদযাপন কৰিছে গুৰুজনাৰ জন্মজয়ন্তী । গুৰু জনাৰ ৫৭৭ তম জন্ম জয়ন্তী ভাগ তিনি দিনিয়াকৈ কৰঙা কাতনি গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ পুথিভঁৰালৰ উদ্যোগত উলহ মালহেৰে উদযাপন কৰা হৈছে ।