Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

পূব যোৰহাট: বিজয়া দশমীৰ দিনা গড়আলিত লোকে লোকাৰণ্য পৰিৱেশ , হাজাৰ হাজাৰ লোকৰ সমাগম

Jorhat East, Jorhat | Oct 2, 2025
বিজয়া দশমীৰ দিনা গড়আলিত লোকে লোকাৰণ্য পৰিৱেশ । হাজাৰ হাজাৰ লোকৰ সমাগম । আজি বিজয়া দশমী । সেমেকা চকুৰে মা দূৰ্গাক বিদায় জনাইছে ভক্ত গনে । এইবাৰ জুবিন দা বিহীন দুৰ্গা পূজা শোকাকুল পৰিৱেশৰ মাজত পালন কৰিলে ৰাজ্যবাসীয়ে । নাই কোনো আনন্দ উল্লাহ , নাই জাক জমকতা । প্ৰতিটো পূজা মণ্ডপতেই মাত্ৰ বাজি উঠিল জুবিন দাৰ এটাৰ পাছত আনটো গীত ।