বাক্সা: অঞ্চলীত সন্যাসী শিৱধামত মুখ্যমন্ত্ৰী ড০ হিমন্ত শৰ্মাৰ সভাৰ লাইখুঁটা স্থাপন বিধায়ক ফণীধৰ তালুকদাৰৰ
Baska, Baksa | Aug 1, 2025 বাক্সা জিলাৰ অঞ্চলীত সন্যাসী শিৱধামত অহা ১০ অগষ্টত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন দলীয় সভাত অংশ গ্ৰহণ কৰিব। সেই উপলক্ষে আজি মানাহ বিধানসভা সমষ্টিৰ অভিভাৱক বিধায়ক ফণীধৰ তালুকদাৰে সভাৰ লাইখুঁটা স্থাপন কৰে। লাইখুঁটা স্থাপন কৰি বিধায়ক ফণীধৰ তালুকদাৰে আনন্দিত হৈ পৰে। বিধায়ক ফণীধৰ তালুকদাৰক আজি কেবাগৰাকীও দলীয় নেতা কৰ্মীয়ে সংগ দিয়া পৰিলক্ষিত হয়।