ভাৰতীয় জনতা পাৰ্টি, নলবাৰীৰ জিলা সভাপতি জয়ন্ত বুজৰবৰুৱাৰ উপস্থিতিত আজি বিয়লি নলবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত চাৰিওটা মণ্ডলৰ সভাপতি, মণ্ডল প্ৰভাৰী তথা মণ্ডল সধাৰণ সম্পাদকৰ সৈতে এখন বৈঠকত মিলিত হয় দিশপুৰৰ পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই, ইফালে ভৱিষ্যৎ কার্যপন্থাৰ উপৰি বিভিন্ন গুৰুত্বপূৰ্ণ সাংগঠনিক বিষয়ত আলোচনা কৰা হয় বৈঠকত।