Latest News in Margherita (Local videos)
মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা উন্নয়ন খণ্ড কাৰ্যালয়ত মাৰ্ঘেৰিটা সমজিলাৰ কুমচাই পঞ্চায়ত গঠন
Margherita, Tinsukia | Jul 7, 2025
jerina7
Follow
Share
Next Videos
মাৰ্ঘেৰিটা: ডিগবৈত ডিগবৈ গোৰ্খা ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান, সাহিত্য একাডেমী বটা প্ৰাপক সাহিত্যিক যুদ্ধবীৰ ৰাণাক সম্বৰ্ধনা
jerina7
Margherita, Tinsukia | Jul 6, 2025
মাৰ্ঘেৰিটা: পেঙেৰীত নিশা এখন চাহ বাগিছাৰ কুৱাৰ পৰা গলিত অৱস্থাত মৃতদেহ উদ্ধাৰ, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য
jerina7
Margherita, Tinsukia | Jul 6, 2025
মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত শামুকজান গাঁও পঞ্চায়তৰ সভাপতি বাছনিৰ প্ৰক্ৰিয়া সম্পন্ন, অনিলা ফুকনক সভানেত্ৰী হিচাপে নিৰ্বাচিত
jerina7
Margherita, Tinsukia | Jul 5, 2025
মাৰ্ঘেৰিটা: সাংবাদিকক আক্ৰমণৰ ঘটনাত দোষীক গ্ৰেপ্তাৰৰ বাবে মাৰ্ঘেৰিটাত দাবী জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগৰ
jerina7
Margherita, Tinsukia | Jul 5, 2025
মাৰ্ঘেৰিটা: ডিগবৈ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ডিগবৈ সমষ্টিৰ অন্তৰ্গত পাৱৈ আৰু বিজুলিবন পঞ্চায়ত গঠন
jerina7
Margherita, Tinsukia | Jul 5, 2025
মাৰ্ঘেৰিটা: ডিগবৈ ১ নং বৰবিলত "জননী ফুড প্ৰডাক্ট" নামৰ এখনি থলুৱা খাদ্য সম্ভাৰৰ শুভাৰম্ভ কৰে বিধায়ক সুৰেন ফুকনে
jerina7
Margherita, Tinsukia | Jul 4, 2025
মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত লিডু কলিয়ৰী গাঁও পঞ্চায়ত আৰু লিডু গাঁও পঞ্চায়ত গঠন
jerina7
Margherita, Tinsukia | Jul 4, 2025
মাৰ্ঘেৰিটা: লিডু,শামুক জান পঞ্চায়তত অসাৰ জল জীৱন আঁচনি, বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ জনসাধাৰণৰ
#jansamasya
jerina7
Margherita, Tinsukia | Jul 4, 2025
মাৰ্ঘেৰিটা: ডিগবৈ উন্নয়ন খণ্ডত বিধায়ক সুৰেন ফুকনৰ উপস্থিতিত টিংৰাই গাঁও পঞ্চায়তৰ দহ জন সদস্য সদস্যাৰ আনুষ্ঠানিকভাৱে শপত গ্ৰহণ
jerina7
Margherita, Tinsukia | Jul 4, 2025
মাৰ্ঘেৰিটা: ডিগবৈ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত গোলাই পঞ্চায়তৰ দহ গৰাকী নিৰ্বাচিত সদস্যৰ বিধায়ক সুৰেন ফুকনৰ উপস্থিতিত শপত বাক্য পাঠ
jerina7
Margherita, Tinsukia | Jul 3, 2025
মাৰ্ঘেৰিটা: বৰবিল আৰু দুৱাৰমাৰা পঞ্চায়তৰ নিৰ্বাচিত ৱাৰ্ড সদস্যৰ ডিগবৈ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত শপত গ্ৰহণ
jerina7
Margherita, Tinsukia | Jul 2, 2025
মাৰ্ঘেৰিটা: ডিগবৈৰ বাপ্পা দাস নামৰ যুৱকৰ নিৰুদ্দেশৰ ঘটনা, কামাখ্যাৰ অম্বুবাচী মেলালৈ গৈ ২৫ জুনৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱকজন
jerina7
Margherita, Tinsukia | Jul 2, 2025
মাৰ্ঘেৰিটা: বগাপানী আৰু বুঢ়ীদিহিং পঞ্চায়তৰ নিৰ্বাচিত ৱাৰ্ড সদস্যৰ ডিগবৈ উন্নয়ন খণ্ড কাৰ্যালয়ত শপত গ্ৰহণ
jerina7
Margherita, Tinsukia | Jul 1, 2025
মাৰ্ঘেৰিটা: বৰডুমচাত ১২ বছৰীয়া কিশোৰীক নিৰ্যাতন কৰি পৰিয়ালক মেনেজ কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰা ৪৫ বছৰীয়া ব্যক্তিক আৰক্ষীৰ উদ্ধাৰ
jerina7
Margherita, Tinsukia | Jul 1, 2025
মাৰ্ঘেৰিটা: জাগুনৰ টিংকোপানী সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰীক আটক
jerina7
Margherita, Tinsukia | Jun 30, 2025
মাৰ্ঘেৰিটা: জাগুনত এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু
jerina7
Margherita, Tinsukia | Jun 30, 2025
মাৰ্ঘেৰিটা: ডিগবৈত জ্যোতিনগৰ নামঘৰৰ ভাগৱত ভ্ৰমণ কাৰ্যসূচীত অংশগ্ৰহণ ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ
jerina7
Margherita, Tinsukia | Jun 29, 2025
মাৰ্ঘেৰিটা: জাগুনত ড্ৰাগছ সহ এগৰাকী মহিলা আৰু এজন পুৰুষক আটক
jerina7
Margherita, Tinsukia | Jun 29, 2025
মাৰ্ঘেৰিটা: কুমছাই পঞ্চায়তত নৈপৰীয়া ৰাইজৰ দুৰৱস্থা ,চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত চাৰিখনকৈ গাঁৱৰ ৰাইজ
#jansamasya
jerina7
Margherita, Tinsukia | Jun 28, 2025
মাৰ্ঘেৰিটা: ডিগবৈত দুই চোৰাং ব্যৱসায়ীক আটক , চোৰাং ব্যৱসায়ী দুজনৰ পৰা এটুকুৰা গড়ৰৰ খড়্গৰ লগতে আপত্তিজনক সামগ্ৰী উদ্ধাৰ
jerina7
Margherita, Tinsukia | Jun 28, 2025
মাৰ্ঘেৰিটা: নামচাইৰ নিচামুক্তি কেন্দ্ৰত গো মাংস ভক্ষণ কৰোৱাই নিৰ্যাতনৰ বলি বৰডুমচাৰ এজন হিন্দু যুৱক , উদ্ধাৰ কৰিবলৈ আহ্বান মাতৃৰ
jerina7
Margherita, Tinsukia | Jun 27, 2025
মাৰ্ঘেৰিটা: বালিজানত জাতীয় মহিলা পৰিষদৰ উদ্যোগত ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস উপলক্ষে পদ যাত্ৰা বাহিৰ
jerina7
Margherita, Tinsukia | Jun 26, 2025
মাৰ্ঘেৰিটা: লিডু বজাৰ বস্তী কালী মন্দিৰৰ প্ৰৱেশ পথৰ পৰা বিগ্ৰহলৈকে সৰু সৰু পদ চিহ্ন সদৃশ চাপ প্ৰত্যক্ষ, কৌতুহলী জনতাৰ ভিৰ
jerina7
Margherita, Tinsukia | Jun 26, 2025
মাৰ্ঘেৰিটা: টিংৰাইত নিশা ভয়ংকৰ অগ্নিকাণ্ডত জাহ যায় চাৰি খনকৈ দোকান,ডিগবৈৰ অগ্নি নিৰ্বাপক বাহন পলমকৈ উপস্থিত হোৱাৰ অভিযোগ
jerina7
Margherita, Tinsukia | Jun 26, 2025
Load More
Contact Us
Your browser does not support JavaScript!