Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

নলবাৰী: আজি পদ্মভূষণ প্ৰয়াত তৰুণ গগৈ দেৱৰ পঞ্চম বাৰ্ষিক মৃত্যুতিথি,চহৰত বন্তি প্ৰজ্বলন কংগ্ৰেছৰ

Nalbari, Nalbari | Nov 23, 2025
আজি পদ্মভূষণ প্ৰয়াত তৰুণ গগৈ দেৱৰ পঞ্চম বাৰ্ষিক মৃত্যুতিথি,চহৰত বন্তি প্ৰজ্বলন।অসমৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী, সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী তৰুণ গগৈৰ নলবাৰী জিলা কংগ্ৰেছৰ তৰফৰ পৰা বন্তি প্ৰজ্বলন কৰি সোৱৰণ কৰে। আজি সন্ধিয়া নলবাৰী ৰাজীৱ ভৱন চৌহদত বন্তি প্ৰজ্বলন আৰু তেখেতৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি প্ৰদানেৰে স্মৰণ কৰে।উক্ত অনুষ্ঠানত উপস্থিত প্ৰাক্তন বিধায়ক অশোক শৰ্মা, জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীৰ লগতে কংগ্ৰেছৰ জিলাৰ নেতৃত্ব।

MORE NEWS