মানকাচৰ: জিলা আইনী সেবা প্ৰধিকাৰীৰ উদ্দ্যোগত মনিৰচৰত SANKALP HEW ৰ অধীনত সজাগতা সভা অনুষ্ঠিত
মঙলবাৰে দিনৰ ২বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মনিৰচৰ গাঁও পঞ্চায়তৰ কাৰ্যলয়ত জিলা আইনী সেবা প্ৰধিকাৰীৰ উদ্দ্যোগত মনিৰচৰত SANKALP HEW ৰ অধীনত সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সজাগতা সভাত উপস্থিত আছিল জিলা আইনী সেবা প্ৰধিকাৰীৰ বিষয়া সকলৰ লগতে উপস্থিত আছিল মনিৰচৰ অঞ্চলৰ পুৰুষ মহিলাকে ধৰি স্কুলীয়া ছাত্ৰ ছাত্ৰী সকল।