Public App Logo
Profile Picture

HATSINGIMARI NEWS

@mokib786
2358Followers
0Following
উত্তৰ লক্ষীমপুৰ: লক্ষিমপুৰ বিধানসভা সমষ্টিৰ চিনাতলীয়া বাগানৰ কালী মন্দিৰত মা কালিৰ অশ্বিস ল'বলৈ উপস্থিত হয় বিধায়ক মানব ডেকা
কোকৰাঝাৰ ভাগ: কোকৰাঝাৰ চহৰৰ শান্তি নগৰ ভাতৃ সংঘৰ দ্বাৰা আয়োজিত মৌমাখি আকৃতিৰ কালী পূজা মন্ডপে দৃষ্টি আকৰ্ষণ কৰিছে ভক্তপ্ৰাণ ৰাইজৰ
মানকাচৰ: হাটশিঙিমাৰী ৰাজীৱ ভৱনত NSUIৰ জিলা সভাপতিৰ উপস্থিতিত প্ৰায় 2 শতাধিক কলেজীয়া ছাত্ৰ ছাত্ৰীৰ সৈতে ছাত্ৰএকতা নিৰ্বাচনৰ বৈঠক
মানকাচৰ: হাটশিঙিমাৰীৰ আৰক্ষী ছাউনীত অনুষ্ঠিত আৰক্ষীৰ স্মৃতি দিৱসত জিলা জেষ্ঠ আৰক্ষী অধীক্ষকৰ প্ৰতিক্ৰিয়া
মানকাচৰ: মানকাচৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, আৰক্ষীৰ অভিযানত আটক এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীসহ জব্দ বুজন পৰিমানে নিচাজাতীয় টেবলেট
মানকাচৰ: আজি ‘আৰক্ষীৰ স্মৃতি দিৱস’ , হাটশিঙিমাৰী জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষীৰ স্মৃতি দিৱস পালন
কোকৰাঝাৰ ভাগ: গোসাইগাঁৱত শ্মশান কালী মন্দিৰৰ দ্বাৰ উদ্বোধন, উপস্থিত শ শ ভক্ত পৰায়ন ৰাইজ
মানকাচৰ: দক্ষিণ শালমাৰা মানকাচৰ জিলা জেষ্ঠ আৰক্ষী অধীক্ষকক আনুষ্ঠানিক বিদায়ৰ পিছত জেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীৰ প্ৰতিক্ৰিয়া
মানকাচৰ: জিলা জেষ্ঠ আৰক্ষী অধীক্ষক ক আনূষ্ঠানিক বিদায় জনোৱাৰ পিছত জেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীয়ে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে
মানকাচৰ: ২০২৬ চনত অনুষ্ঠিত হ'বলগীয়া নৱগঠিত বিৰসিং জৰুৱা সমষ্টিত নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে এ,আই,ইউ,ডি,এফ দলে
মানকাচৰ: দক্ষিন শালমাৰা মানকাচৰ জিলা  জেষ্ঠ আৰক্ষী অধীক্ষকক হাটশিঙিমাৰীত  আনুষ্ঠানিক বিদায় দিয়ে জিলা আৰক্ষীয়ে
মানকাচৰ: হাটশিঙিমাৰী জিলা কৃষি বিভাগত ইউৰিয়া সাৰ কৰা বজাৰত বিক্ৰী কৰাৰ অভিযোগ জিলা উন্নয়ণ মঞ্চৰ
মানকাচৰ: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত পুৰাণ দিয়াৰা আঞ্চলিক ছাত্ৰ সন্থাৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বন্তি প্ৰজ্বলন কাৰ্যসূচী
মানকাচৰ: মানকাচৰৰ ৰাজপথৰ হাজাৰ হাজাৰ জুবিন অনুৰাগীয়ে মমশিখা সমদল উলিয়াযাই জুবিনৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে
মানকাচৰ: হাটশিঙিমাৰীত জিলা কংগ্ৰেছে ৰাজীৱ ভৱনত হিয়াৰ আমুঠু জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ আয়োজন কৰে
মানকাচৰ: কালাপানী আৰক্ষী চকীৰ নব নিৰ্মীত গৃহত প্ৰবেশ , উপস্থিত জিলা আৰক্ষী অধীক্ষক
মানকাচৰ: মানকাচৰত জিলা দূৰ্যোগ ব্যৱস্থাপনাৰ উদ্দ্যোগত অগ্নি নিৰ্বাপক‌ বাহিনীৰ মক ড্ৰিলৰ অনুষ্ঠানৰ জৰিয়তে ৰাইজক সজাগ কৰাৰ প্ৰয়াস
মানকাচৰ: জিলা উন্নয়ন মঞ্চ আৰু জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ যৌথ উদ্যোগত গড়াখহনীয়া অঞ্চল পৰিদৰ্শন
মানকাচৰ: দক্ষিণ শালমাৰা আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ,দূৰ্গম চহৰাঞ্চলত ৰাইজৰ মাজত ড্ৰাগছ,বাল্যবিবাহ আৰু শিশু শ্ৰমিকৰ ওপৰত সজাগতা সভা
মানকাচৰ: জিলা উন্নয়ন মঞ্চ আৰু জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ যৌথ উদ্যোগত গড়াখহনীয়া অঞ্চল পৰিদৰ্শন
মানকাচৰ: হাটশিঙিমাৰী‌ত অসম ৰাজ্যিক জিবিকা মিচনৰ অধীনত আয়োজন কৰা ঋণমেলা সন্দৰ্ভত জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়াৰ প্ৰতিক্ৰিয়া
মানকাচৰ: হাটশিঙিমাৰীৰ ১৬০ খন আত্মসহায়ক গোটে অহা সপ্তাহৰ ভিতৰত ৯ কোটি টকা ঋণ  দিয়া‌ হব
মানকাচৰ: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ এগৰাকী স্হানীয় সাংবাদিকক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত ভূক্তভোগী সাংবাদিক গৰাকীৰ প্ৰতিক্ৰিয়া
মানকাচৰ: হাটশিঙিমাৰী AIUDF ৰ জিলা কাৰ্যালয়ত জিলা পৰ্যায়ৰ কৰ্মী সকলৰ মাজত আগন্তুক বিধানসভা নিৰ্বাচন‌ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক
মানকাচৰ: কানাইমাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জৰুৰীকালীন সময়ত ল'ব লগা প্ৰাথমিক স্বাস্থ্য সেৱা সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত