সোণাৰি: মথুৰাপুৰৰ মাজ গাঁৱত এগৰাকী ৫৫ বছৰীয়া মহিলাৰ আত্মহননৰ ঘটনা সংঘটিত, ঘটনাস্থলীত উপস্থিত হৈ মথুৰাপুৰ আৰক্ষীৰ তদন্ত অব্যাহত
চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ এলেকাৰ মাজ গাওঁত সংঘটিত হৈছে এক আত্মহননৰ ঘটনা নিজ বাসগৃহত আত্মহনন এগৰাকী ৫৫ বছৰীয়া মহিলাৰ মহিলা গৰাকীৰ নাম দেৱাৰী চাওতাল বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে মহিলাগৰাকী এক দুৰাৰোগ্য ৰুগত আক্ৰান্ত হৈ থকাৰ কথা জানিব পৰা গৈছে ৷ঘটনাস্থলিত মথুৰাপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷