সোণাৰি: সোণাৰিৰ নগানদীত অসম মুণ্ডা মহা সভাৰ ঊদ্যোগত বীৰ শ্বহীদ বীৰছা মুণ্ডা শ্বহীদ দিৱস পালন
সোণাৰিৰ নগানদীত দিনজোৰা কাৰ্যসূচীৰে দেওবাৰে এক বজাত শ্বহীদ বীৰছা মুণ্ডাৰ ১২৪ সংখ্যক শ্বহীদ দিৱস পালন কৰা হয়। সোণাৰিত "অসম মুণ্ডা মহাসভা" চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা সোণাৰি বাসীৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ ১২৪ সংখ্যক শ্বহীদ দিৱস পালন কৰা হয়।