Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
Swachhbharat
Ramnavmi
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Responsiblerailyatri
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Educationforall
Worldwaterday
Capacitybuilding
Namaste
No video available

সোণাৰি: নিমনাগড় পঞ্চায়তৰ মথুৰাপুৰ ভকত চুকত TARA PUMP স্থাপন কৰাৰ নামত ব্যাপক কেলেংকাৰী স্থানীয় ৰাইজৰ প্ৰতিক্ৰীয়া

Sonari, Charaideo | Jun 8, 2024
চৰাইদেউ জিলাৰ ন্মনাগড় গাওঁ পঞ্চায়তৰ অধীনত মথুৰাপুৰ ভকত চুকৰ ৬ নং ৱাৰ্ডত লক্ষী মন্দিৰত TARA PUMP নিৰ্মাণৰ নামত কেলেংকাৰী সংঘটিত হৈছে ৷ মাহমৰা সমষ্টিৰ লাকুৱা খণ্ড উন্নয়নৰ অধীনত নিমনাগড় পঞ্চায়ত TARA PUMP নিৰ্মাণৰ নামত কেলেংকাৰী ৷৬৯,০০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা TARA PUMP ত আজিও এটুপি পানী পাবলৈ সক্ষম নোহোৱাত স্থানীয় ৰাইজৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰিছে ৷

MORE NEWS