সোণাৰি: এঙেৰাত NEET " পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ এঙেৰা হুলাল গাৱঁৰ ছাদিকুৰ ৰহমানক চ্যুকাফা তৰ্পণ কমিটিৰ সম্বৰ্ধনা জ্ঞাপন
NEET " পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ এঙেৰা হুলাল গাৱঁৰ ছাদিকুৰ ৰহমান সম্বৰ্ধনা জ্ঞাপন চ্যুকাফা তৰ্পণ সমিতিৰ ৷সদ্যঘোষিত NEET পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ চৰাইদেউ জিলাৰ এঙেৰা হুলাল গাৱঁৰ শিক্ষক মুহিবুৰ ৰহমান আৰু জেছমিন আৰা বেগমৰ একমাত্ৰ পুত্ৰ ছাদিকুৰ ৰহমান। বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানৰ অভিনন্দন আৰু শুভেচ্ছা। সদ্যঘোষিত NEET পৰীক্ষাৰ ফলাফলত ছাদিকুৰ ৰহমানে ৬০৬ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে অঞ্চলটোলৈ।