সোণাৰি: কাকতিবাৰীত গাঁও পঞ্চায়তৰ ৰাইজৰ সৈতে মতবিনিময় কৰে সাংসদ তথা যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে
চৰাইদেউ জিলাৰ কাকতিবাৰীত কাকতিবাৰী গাঁও পঞ্চায়তৰ ৰাইজৰ সৈতে মতবিনিময় কৰে সাংসদ তথা বিজেপি মিত্ৰজোঁটৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে। উক্ত অনুষ্ঠানত বিজেপিৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষীনাথ তাছাৰ লগতে বিজেপি কাৰ্য়কৰ্তা সকলে অংশগ্ৰহণ কৰে। সাংসদ গগৈয়ে ৰাইজক আহ্বান জনাই কয় যে, উন্নয়নৰ দৰকাৰ, সেয়েহে আকৌ এবাৰ বিজেপিৰ চৰকাৰ ।